মুখ্য সংবাদ

তিনিচুকীয়াৰ নিউ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গ’ল ২০ খনৰো অধিক দোকান

তিনিচুকীয়াত দেওবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত  ২০খনৰো অধিক দোকান ভস্মীভূত হয় ৷ চহৰখনৰ জিএনবি ৰোডৰ নিউ মাৰ্কেটত...

Read more

যোৰহাটৰ শল’মৰাত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ গ’ল দুই যুৱকৰ

যোৰহাটৰ শল’মৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দেওবাৰে পুৱতি নিশা  সংঘটিত এই দুর্ঘটনাত দুজন যুৱকৰ থিতাতে মৃত্যু হয় ৷নিহত যুৱক...

Read more

অথলে যাব নেকি প্ৰতিবাদ !! এসপ্তাহৰ ভিতৰতে দেশজুৰি বলবৎ হ’ব ‘কা’, ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বলবৎ কৰাক লৈ বিজেপি চৰকাৰ বিভিন্ন দল-সংগঠনৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ অৱশ্যে আইনখন গৃহীত কৰিলেও...

Read more

ডিব্ৰুগড়, অসমত আৰম্ভ হ’ল ইন্টাৰনেছনেল চেন্টাৰ ফৰ কালচাৰেল ষ্টাডিজৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় বিশ্ব গুৰুসকলৰ সমাৰোহ আৰু সমাৱেশ

ইন্টাৰনেছনেল চেন্টাৰ ফৰ কালচাৰেল ষ্টাডিজৰ "অংশীদাৰিত্বমুলক বহনক্ষম সমৃদ্ধি"ৰ মূলমন্ত্ৰৰে আয়োজিত প্ৰাচীন পৰম্পৰা আৰু সংস্কৃতিৰ গুৰুসকলৰ অষ্টম ত্ৰি-বাৰ্ষিক সমাৰোহৰ শুভাৰম্ভ হ'ল...

Read more

‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰি ভাগৰিল প্ৰাক্তন আছুনেতা দীপাংক নাথ, পিন্ধিলে গেৰুৱা বসন , বিস্মিতা গগৈ –অংকিতা দত্ত- হ’ল গেৰুৱা দলৰ সদস্য

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰি ভাগৰিল বর্ষীয়ান ছাত্ৰ নেতা দীপাংক কুমাৰ নাথ ৷ ৰাজপথত ভাষণৰ ফুলজাৰি মাৰি...

Read more

দুজন লোকৰ মৃত্যু, ৭ জনৰ প্ৰাণ ৰক্ষা! দিল্লীৰ এইমছ হাস্পতালত অংগদানৰ আন এক মহান নজিৰ

‘ব্ৰেইন ডেথ’ হোৱা দুজন লোকৰ পৰিয়ালৰ সন্মতি আৰু সহযোগত তেওঁলোকৰ একাধিক অংগ দান কৰি ৭ জন লোকৰ প্ৰাণ ৰক্ষা কৰা...

Read more

আজি কৃষক শ্বহীদ দিৱস, পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি প্ৰাণ বিসর্জন দিয়া কৃষকক স্মৰণ অসম কৃষক পৰিষদৰ

আজি কৃষক শ্বহীদ দিৱস ৷ আজিৰ দিনটোতে ঐতিহ্যমণ্ডিত পাথৰিঘাটত ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে ওলাই আহি প্ৰাণ দিছিল ১৪০ জন কৃষকে ৷...

Read more

গৌৰাং নদীৰ পাৰত কোকৰাঝাৰ সাহিত্য উৎসৱ, দেশ- বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

  কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷...

Read more

৩১ জানুৱাৰীৰ পৰা ৰহাৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ চাৰিদিনীয়া বাৰ্ষিক অধিৱেশন

অহা ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বার্ষিক অধিৱেশন ৷ ৩১ জানুৱাৰী, ১,২ আৰু ৩ ফেব্ৰুৱাৰীত...

Read more
Page 57 of 543 1 56 57 58 543