মুখ্য সংবাদ

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত উপস্থিত থাকিব ৰাষ্ট্ৰপতি, উখল মাখল ডিফু

কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয়  দিন। ডিফুৰ টাৰালাংচুত অনুষ্ঠিত হৈছে ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। ১৭ জানুৱাৰীত টাৰালাংচুৰ এই অনুষ্ঠানলৈ...

Read more

কলিয়াবৰৰ মিছাত বাছৰ খুন্দাত প্ৰাণ গ’ল ৮ বছৰীয়া শিশুৰ , অঞ্চলজুৰি শোকৰ ছাঁ

  শনিবাৰে কলিয়াবৰ মিছাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্রীবাহী বাছৰ খুন্দাত  কণমানি শিশু এটিৰ মৃত্যু হয় ।...

Read more

ঘন কুঁৱলীৰ বাবে গুৱাহাটীৰ সলনি ইণ্ডিগ’ৰ বিমান ঢাকাত অৱতৰণ

বিগত কেইবাদিন ধৰি ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ সমানে বৃদ্ধি পাইছে কুঁৱলী ৷ যাৰ বাবে বিমান চলাচলত অসুবিধাৰ সৃষ্টি...

Read more

আন এক খ্যাতি , বিগত বর্ষৰ তুলনাত ২৭ শতাংশ পক্ষী বৃদ্ধি পাইছে কাজিৰঙাত

  এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পক্ষী ৷ বিগত বৰ্ষতকৈ কাজিৰঙাত স্থায়ী আৰু পৰিভ্ৰমী জলজ পক্ষীৰ...

Read more

নাই ভোগালীৰ আনন্দ, আজি বচা ভৰলুৱা গাওঁত ১১ জন লোকৰ সমূহীয়া আদ্যশাদ্ধ

ৰাজ্যৰ সৰ্বত্ৰে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ দেওবাৰে উৰুকা ৷ পিছে ভোগালীৰ আনন্দই স্পর্শ কৰিব পৰা নাই...

Read more

জীৱনত ‘প্ৰথমবাৰৰ বাবে আৱেগিক’ মোদী, ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে আৰম্ভ কৰিলে ১১ দিনীয়া ‘ব্ৰত’

অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ১১ দিনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব ‘ব্ৰতপালন’। শুকুৰবাৰে নিজৰ ইউটিউব চেনেলত ‘অযোধ্যাৰ ৰাম মন্দিৰত...

Read more

নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ, ধন নিদিয়াত জ্বলাই দিলে বাসগৃহ

নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ ৷ ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে নিজৰেই বাসগৃহ জ্বলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে...

Read more

প্ৰত্যাহ্বান নেওচি শিৱসাগৰত উপস্থিত হ’ল হৰি প্ৰসন্ন হাজৰিকাৰ বিমান

অৱশেষত নির্ধাৰিৰ গন্তব্যস্থানত উপস্থিত হ’ল উইংছ অৱ হাজৰিকাৰ বিমানখন ৷ বহু প্ৰত্যাহ্বান নেওচি শিৱসাগৰ পালে মুম্বাইৰ পৰা কঢ়িয়াই অনা বিমানখন...

Read more

দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল গভাইত চোৰ, ৰাইজে কৰায়ত্ব কৰি গটাইছিল আৰক্ষীক

শুকুৰবাৰে পুৱাই মহানগৰীৰ  দিছপুৰ আৰক্ষী থানাত আজি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে এটা গভাইত...

Read more

মিছাত ভয়াৱহ পথ দুর্ঘটনা, একেখন গাৱঁৰে তিনি যুৱকৰ মৃত্যু

বৃহস্পতিবাৰে নিশা কলিয়াবৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। মিছাৰ ৰৌমাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হয় ।...

Read more
Page 65 of 543 1 64 65 66 543