মুখ্য সংবাদ

অহা মাহত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

অহা মাহৰ দ্বিতীয় সপ্তাহত অষ্ট্ৰিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কূটনৈতিক সূত্ৰ অনুসৰি প্ৰস্তাৱিত মস্কো ভ্ৰমণৰ  পিছত তেওঁ ভিয়েনালৈ...

Read more

প্ৰৱল বৰষুণত ভূমিস্খলন, দাৰ্জিলিং-কালিম্পং পথ বন্ধ

কিছুদিনৰ বিৰতিৰ পিছত মঙলবাৰৰ নিশাৰ পৰা পুনৰ পাহাৰত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে দার্জিলিঙত । যাৰ বাবেই ভৈয়ামৰ ৰাইজৰ জীৱন বিঘ্নিত...

Read more

লোকসভাৰ অধ্যক্ষ হিচাপে নির্বাচিত ওম বিৰলা

লোকসভাৰ অধ্যক্ষ হিচাপে আজি নির্বাচিত হয় ওম বিৰলা ৷ দ্বিতীয়টো কার্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁ নির্বাচিত হয় ৷এন ডি...

Read more

আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে ৰেচন কাৰ্ড জমা দিও ল’ব পাৰিব বিনামূলীয়া নামভর্ত্তি, ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

অসম চৰকাৰৰ মাচুল ৰেহাই আঁচনি অনুসৰি শিক্ষাৰ্থীৰ নামভৰ্তিৰ বিষয়টো পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সোমবাৰে জনতা...

Read more

১৬খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ, লণ্ডনৰ পৰা ভাৰতলৈ গাড়ী চলাই আহিল যুৱক

মাতৃক সাক্ষাৎ কৰিবলৈ ১৬ খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ অতিক্ৰম কৰি নজিৰ গঢ়িলে এজন প্ৰৱাসী ভাৰতীয়ই  ।  তেওঁ  হৈছে বর্তমান...

Read more

গুৱাহাটীত গণশিল্পী বিক্ৰম সিং য়েইনৰ ৪৫ সংখ্যক মৃত্যু তিথি উদযাপন

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আদিৰ স'তে অভিনয়, গীত পৰিৱেশন কৰা প্ৰথিতযশা...

Read more

হজত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩০০লৈ বৃদ্ধি , সর্বাধিক ৬৬০ জন ইজিপ্তৰ হজযাত্ৰীৰ মৃত্যু

ছৌদি আৰৱত হজ যাত্ৰাত শ শ হজযাত্ৰীৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যাই হাজাৰৰ সীমা অতিক্ৰম কৰিলে। ছৌদি চৰকাৰে প্ৰকাশ কৰা অনুসৰি...

Read more

কার্যালয়ত পলমকৈ প্ৰৱেশ কৰিলেই “শাস্তি” ! কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীক লৈ কঠোৰ চৰকাৰ

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কর্মচাৰীসকল সময়মতে কার্যালয়ত উপস্থিত নহ’লে সন্মুখীন হ’ব শাস্তিৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰা সকলো বিষয়া-কর্মচাৰীয়ে  নিৰ্দিষ্ট...

Read more

নীট-নেটৰ পৰীক্ষা বিতর্কৰ মাজতে পৰীক্ষাত অনিয়ম প্ৰতিৰোধী আইন বলবৎ, হ’ব জেল-জৰিমনা

নেট আৰু নীট পৰীক্ষাক লৈ বিতৰ্কি অব্যাহত থকাৰ সময়তে কেন্দ্ৰই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । দেশৰ বিভিন্ন প্রৱেশ আৰু প্রতিযোগিতামূলক...

Read more
Page 9 of 543 1 8 9 10 543