মুখ্য সংবাদ

উছৱমুখৰ অসম গ্ৰন্থমেলা, শিলচৰ

অসম গ্ৰন্থমেলাই উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক...

Read more

প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন || প্ৰতিবন্ধী দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ

আজি বিশ্ব প্ৰতিবন্ধী দিৱস। ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৪৭/৩ নং প্ৰস্তাৱৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস বাৰ্ষিক উদযাপন ঘোষণা কৰা...

Read more

চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আজি দিনযোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা ৯...

Read more

ব্যক্তিক্ৰমী কাৰ্যসূচীৰে গুৱাহাটীত চুকাফা দিৱস উদযাপন

গুৱাহাটীৰ ৰূপ নগৰস্থিত মিডিয়া ট্ৰাষ্টৰ সভাকক্ষত কালি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণৰে অসম দিৱস ( চুকাফা দিৱস) উদযাপন কৰা হয়...

Read more

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল অসমীয়া সংগীতজগতৰ আন এক সোণালী কণ্ঠ ৷ এক কষ্টকৰ জীৱনৰ মাজেৰে ইহসংসাৰৰ পৰা মেলানি মাগিলে সংগীত শিল্পী অৰুণ...

Read more

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

  গুজৰাটত আয়ুৰ্বেদিক কাহৰ চিৰাপ সেৱন কৰি ৬ জনৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সেই বিশেষ আয়ুৰ্বেদিক কাহৰ...

Read more

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল অসম গ্ৰন্থমেলা ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি...

Read more
Page 90 of 543 1 89 90 91 543