মুখ্য সংবাদ

হাৱালাৰ ২৫ লাখ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ উপ পৰিদর্শক মোবাৰক আলী – সাংবাদিক টফিকউদ্দিন

  হাৱালাৰ ধন আত্মসাৎ কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল  আৰক্ষী-সাংবাদিক। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় ভৰলু থানাৰ উপ-পৰিদর্শক মোবাৰক আলী আৰু...

Read more

বক্ৰপথেৰে লৈছিল এপিএছচিৰ চাকৰিঃ ভাড়াঘৰত বাহিৰৰ পৰা তলা মাৰি ভিতৰত লুকাই থকা নিয়োগ বিষয়া ৰাকেশ দাসক গ্ৰেপ্তাৰ, নিজে লিখা নাছিল এখনো উত্তৰবহী

বক্ৰপথেৰে এপিএছচিৰ চাকৰি লোৱা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বুধবাৰে নিশা  নিয়োগ কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া...

Read more

ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বজালীৰ ডিএছপি পুস্কল গগৈৰ জামিন মঞ্জুৰ

  ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা  বজালীৰ উপ আৰক্ষী অধীক্ষক পুস্কল গগৈৰ জামিন মঞ্জুৰ কৰা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে...

Read more

হত্যা নে আত্মহত্যাঃ এতিয়াও আঁতৰি যোৱা নাই অনুষ্কা শইকীয়াৰ মৃত্যু ৰহস্য, দিছপুৰ থানাত হাজিৰ প্ৰেমিক ৰাহুল শইকীয়া

গুৱাহাটীৰ হেঙেৰাবাৰীত অনুষ্কা শইকীয়া নামৰ যুৱতী গৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ  ৰহস্য আজিও ভেদ হোৱা নাই ৷ যুৱতী...

Read more

কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্য, অকলশৰীয়া দম্পত্তীক আক্ৰমণ দুর্বৃত্তৰ, মৃত্যু অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু

কোকৰাঝাৰ চহৰত বুধবাৰে পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তৰ আক্ৰমণ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে...

Read more

মূল সুঁতিলৈ উভতি আহিল আলফাৰ চাৰি কেডাৰ, গামোচা পিন্ধাই আদৰিলে ডিজিপি জি পি সিঙে

পুনৰ মূল সুঁতিলৈ উভতি আহিল চাৰিজন আলফা(স্বাঃ)ৰ সদস্য ৷ আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ উপস্থিতিত সদস্য কেইজনে আত্মসমর্পন...

Read more

এক প্ৰগাঢ় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো

এক প্ৰগাঢ় ব্যক্তিত্ব। যি ব্যক্তিত্বত প্ৰাণ পাই উঠে এটা জাতি। ৰূপকথা আৰু ইতিহাসৰ মিলন ঘটাব পৰা মামনি ৰয়চম গোস্বামী এগৰাকী...

Read more

উত্তৰাখণ্ডত ১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই আহিল কোকৰাঝাৰৰ সঞ্জয় -ৰামপ্ৰসাদ, পৰিয়ালক ক’লে- “সুস্থ হৈ আছোঁ..”

উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত  ১৭ দিন ধৰি আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক মঙ্গলবাৰে নিশা উদ্ধাৰ কৰা হয় ৷ লগে লগে...

Read more

জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান , জনমভূমি কাকতৰ পৰা আৰম্ভ কৰি দৈনিক অসমলৈ ৬৮ বছৰ কাল সংবাদসেৱা

অসমৰ সংবাদসেৱাৰ জগতখনলৈ অনৱদ্য অৱদান আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ মঙলবাৰে দেহাৱসান ঘটে ৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস...

Read more
Page 93 of 543 1 92 93 94 543