মুখ্য সংবাদ

ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত নামজাৰি, আৰক্ষীৰ জালত লাট মণ্ডল বাপধন দাস

গুৱাহাটীত ভূমি নথিপত্ৰ কেলেংকাৰীৰ তদন্ত অব্যাহত আছে । দালাল, অধিবক্তা, কম্পিউটাৰ সহায়কক গ্ৰেপ্তাৰ কৰা হৈছে এই গোচৰত ৷  নাম সাঙোৰ...

Read more

ৰাজ্যত আৰম্ভ ৰাস উৎসৱ, ৩০০ৰো অধিক মৃণ্ময় মূৰ্তিৰে মঙলদৈৰ শ্রীশ্রী কৃষ্ণ ৰাসোৎসৱ

আজি আঘোণৰ পূর্নিমা ৷ ৰাজ্যজুৰি এই উপলক্ষে আজিৰে পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ পৰা আৰম্ভ...

Read more

মেৰাপানীত খহি পৰিল জল জীৱন মিছনৰ টেংকি, আহত দুই শ্ৰমিক

মেৰাপানীত  নির্মীয়মান অৱস্থাতে খহি পৰিল জল জীৱন মিছনৰ টেংকি। প্ৰায় ত্ৰিশ হাজাৰ লিটাৰ পানী সংৰক্ষণৰ ক্ষমতাৰে বনোৱা টঙীয়া পানী যোগান...

Read more

চৰাইদেউত পুনৰ দুই আলফা কেডাৰৰ আত্মসমর্পন, আৰক্ষীক জমা দিলে অস্ত্ৰ

চৰাইদেউত পুনৰ নিষিদ্ধ ঘোষিত সগঠন আলফা (স্বাঃ) কেডাৰে আত্মসমৰ্পণ কৰিছে ।সোণাৰিত সংগঠনটোৰ দুজন  কেডাৰে আত্মসমৰ্পণ কৰিছে । আত্মসমর্পন কৰা কেডাৰ...

Read more

জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ অকাল বিয়োগ

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ শুকুৰবাৰে নিশা মৃত্যু ঘটে ৷যোৱা  নিশা প্ৰায় ২ বাজি ৫০ মিনিটত তেওঁ যোৰহাট মেডিকেল কলেজ...

Read more

মৰাণত চাঞ্চল্যকৰ ঘটনা, পুত্ৰই গচকি গচকি হত্যা কৰিলে মাতৃক

মৰাণত সংঘটিত হৈছে এক নৃশংস ঘটনা। পুত্ৰই লোমহর্ষকভাৱে হত্যা কৰিলে মাতৃক ৷ মৰাণৰ ১০৮ নং খোৱাং গ্ৰাণ্টৰ আইদেউ সন্দিকৈ পথত...

Read more

কটন বিশ্ববিদ্যালয়ত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (INSA)ৰ বক্তৃতা কাৰ্যসূচী

গুৱাহাটী, ২৩ নৱেম্বৰ: কটন বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ উদ্যোগত আজি ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (INSA)ৰ বক্তৃতা শৃংখলাৰ...

Read more

লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ একেলগে দেশৰ ২৩ টা ভাষাত উপলব্ধ হ’ব

গুৱাহাটী, ২৩ নৱেম্বৰঃ অসমত গ্ৰন্থোৎসৱ অব্যাহত থকাৰ সময়তে জাতীয়-জীৱনৰ বাবে শুভ সংবাদ এয়ে যে অচিৰেই দেশৰ ২৩ টা ভাষাত প্ৰকাশ...

Read more

টে’ট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী আম আদমি পাৰ্টীৰ

গুৱাহাটী ২৩ নৱেম্বৰ ২০২৩ঃ শিক্ষাগুৰু সকলক যেন অপমান কৰা, প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আদি কৰ্মতে মছগুলহৈ থাকে বিজেপিৰ চৰকাৰ৷ এই...

Read more
Page 96 of 543 1 95 96 97 543