VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মধ্যপ্ৰদেশত এনে বহু  ঠাই আছে হয়তো যি ঠাইলৈ যোৱাৰ ইচ্ছা থাকে প্ৰতিজন ভাৰতীয়ৰে

খাজুৰাহো  ৰাজ্যখনৰ এনে এখন ঠাই যি বিশ্ববিখ্যাত

voicedesk by voicedesk
November 22, 2022
in সংস্কৃতি
মধ্যপ্ৰদেশত এনে বহু  ঠাই আছে হয়তো যি ঠাইলৈ যোৱাৰ ইচ্ছা থাকে প্ৰতিজন ভাৰতীয়ৰে
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

অৱসৰৰ দিনবোৰত সকলোৱে নিজৰ  পৰিয়ালৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে আৰু বিশেষকৈ  যেতিয়াই বন্ধ থাকে কিছুমান বচা বচা ঠাইলৈ নিজৰ আপোন জনৰ সৈতে ফুৰিবলৈ যায় ৷

ভাৰতৰ অন্যতম ৰাজ্য মধ্যপ্ৰদেশ এনে এখন ৰাজ্য য’ত এনে বহু   ঠাই আছে যি ঠাইলৈ  এবাৰ ভ্ৰমণ কৰিবলৈ যোৱাৰ ইচ্ছা হয়তো প্ৰতিজন ভাৰতীয়ৰে থাকে । য’ত বহুতো দুঃসাহসিক অভিযান কৰিব পৰা ঠাইৰ লগতে  ৰোমান্টিক ঠায়ো আছে  আৰু যি ঠাইলৈ গ’লে ইয়াৰ ইতিহাসৰ বিষয়ে  বহুকথা জানিব পাৰি।

খাজুৰাহো  ৰাজ্যখনৰ এনে এখন ঠাই যি সমগ্ৰ বিশ্বতে বিখ্যাত আৰু সমগ্ৰ বিশ্বৰ  বিভিন্ন প্ৰান্তৰপৰা মানুহ ইয়ালৈ ফুৰিবলৈ আহে। খাজুৰাহোৰ মন্দিৰত থকা কামসূত্ৰৰ ৰহস্যময় জগতখনে মানুহক আকৰ্ষণ কৰে। যি মধ্যপ্ৰদেশৰ ছাটাৰপুৰ জিলাৰ এখন সৰু গাঁৱত অৱস্থিত ।

পাচমৰহি এনে এখন আকৰ্ষণীয় ঠাই য’ত শীতকালত এক ৰোমান্টিক সময় উদযাপনৰ  বাবে যাব পাৰে সকলো । হোছাংগাবাদ জিলাত অৱস্থিত ই  অতি সুন্দৰ পাহাৰীয়া ষ্টেচন। ইয়াৰ একাধিক  জলপ্ৰপাত, ছানচেট পইণ্ট, ধূপগড় ভ্ৰমণৰ বাবে  সুন্দৰ ঠাই।

নিজৰ  সংগীৰ সৈতে দুঃসাহসিক ভ্ৰমণলৈ যাব বিচাৰে   কানহা ৰাষ্ট্ৰীয় উদ্যান এক উপযুক্ত ঠাই। মণ্ডল জিলাত অৱস্থিত এই উদ্যানত আছে বহুতো বিলুপ্ত প্ৰজাতিৰ প্ৰাণী । আনহাতে সূৰ্যাস্ত, চৰাই আৰু বাঘ হ’ল ইয়াত উপভোগ কৰিবলগীয়া  অন্যতম আকৰ্ষণ।

ঝাঁচীৰ পৰা ১৬ কিলোমিটাৰ নিলগত বেতোৱা নদীৰ কাষত অৱস্থিত অৰ্ছা অতি সুন্দৰ ঠাই। শনিবাৰ-দেওবাৰে নিজৰ সংগীৰ সৈতে ইয়ালৈ যাব পাৰে আপুনিও। চিচাৰ মহল, ফুলবাগ, ৰায় প্ৰবীণ মহল, জাহাংগীৰ মহল আদি ইয়াৰ বহুকেইটা আকৰ্ষণীয় কেন্দ্ৰ।

ওমকাৰেশ্বৰ-মধ্যপ্ৰদেশৰ ভূমিত দুটা জ্যোতিৰ্লিংগ নিৰ্মাণ কৰা হৈছে। ইয়াৰে এভাগ  হৈছে ওমকাৰেশ্বৰ। তীৰ্থস্থান হোৱাৰ উপৰিও ইয়াত প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ইতিহাস সম্বলিত বহুতো কথা দেখা যায়।

ইন্দোৰ ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ। পৰিষ্কাৰ-পৰিচ্ছন্ন  এই চহৰৰ  খাদ্য, বুলিয়নৰ বজাৰ আৰু ইয়াৰ বজাৰ-সমাৰ পৰ্য্যটক সকলৰ আকৰ্ষণ।

কেৱল এইয়াই নহয় ,মধ্যপ্ৰদেশত আৰু বহুকেইখন আকৰ্ষণীয় ঠাই আছে য’ত প্ৰতিদিনেই পৰ্য্যটকৰ সোঁত বয় ৷ বিশেষকৈ ৰাজধানী চহৰ ভূপাল ইয়াৰ অন্যতম এক আকৰ্ষণ ৷

 

Previous Post

অসমীয়া সমাজ জীৱনত কলপাতৰ ভূমিকা

Next Post

‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ  ৪৫ বছৰীয়া এগৰাকী মহিলাই

‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7