VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সংযুক্তা দত্তৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ থ’লে জনপ্ৰিয় অভিনেত্ৰী ভাগ্যশ্ৰীয়ে

ভাইৰেল হৈ পৰিছে বলীউড অভিনেত্ৰী জয়শ্ৰীয়ে মেখেলা-চাদৰ পিন্ধি ৰেম্পত খোজ কঢ়াৰ আকৰ্ষণীয় দৃশ্য

voicedesk by voicedesk
October 17, 2022
in সংস্কৃতি
সংযুক্তা দত্তৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ থ’লে জনপ্ৰিয়  অভিনেত্ৰী ভাগ্যশ্ৰীয়ে
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত কেৱল  ভাৰতবৰ্ষতে নহয় ,সমগ্ৰ বিশ্বৰ ফেশ্বন জগতত উজ্বলি উঠিছে এটি নাম,সংযুক্তা দত্ত  ৷ অসমকন্যা সংযুক্তা দত্ত ৷ এইগৰাকী অসমকন্যাৰ  ‘’পলাশ’’ৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি এইবাৰ ৰেম্পত খোজ থ’লে এসময়ৰ জনপ্ৰিয় বলীউড অভিনেত্ৰী ভাগ্যশ্ৰীয়ে ৷ 

নব্বৈৰ দশকত এখন জনপ্ৰিয় হিন্দী ছবি ‘মেইনে প্যাৰ কিয়া’ত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰি চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত  বহুল ভাৱে সমাদৰ লাভ কৰা মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰী ৷ ছবিখনৰ যোগেদি যি সেইসময়ত দেশে-বিদেশে তীব্ৰ খলকণি তুলিবলৈ সক্ষম হৈছিল ৷ সেইগৰাকী মোহময়ী  তথা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে দেওবাৰে বিশ্বৰ এগৰাকী আগশাৰীৰ ফেশ্যন ডিজাইনাৰ ,অসম কন্যা সংযুক্তা দত্তৰ ‘পলাশ’ৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজকঢ়া দৃশ্যই গৌৰৱান্বিত কৰিলে অসমবাসীক ৷

উল্লেখনীয় যে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত  বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমকন্যা সংযুক্তা দত্তৰ এই সফলতাই সঁচাকৈয়ে হৃদয় চুইছে অসমবাসী ৰাইজৰ ৷ সামাজিক মাধ্যম নাইবা সংবাদ মাধ্যমৰ যোগেদি সেয়েহে ভাইৰেল হৈ পৰিছে বলীউড অভিনেত্ৰী জয়শ্ৰীয়ে মেখেলা-চাদৰ পিন্ধি ৰেম্পত খোজ কঢ়াৰ আকৰ্ষণীয়  দৃশ্য ৷

Previous Post

দবা বিশ্ব চেম্পিয়নক হৰুৱাই নতুন অভিলেখৰ গৰাকী হ’ল ভাৰতীয় কিশোৰ , কোন এইজন কিশোৰ দবা খেলুৱৈ !!

Next Post

মুম্বাইৰ এটা বিশেষ  ঘৰ ‘কেচৰষ্টেজ আসাঞ্জা’

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
মুম্বাইৰ এটা বিশেষ   ঘৰ ‘কেচৰষ্টেজ আসাঞ্জা’

মুম্বাইৰ এটা বিশেষ  ঘৰ ‘কেচৰষ্টেজ আসাঞ্জা’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7