VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সংকটৰ গৰাহত অসমৰ চিত্ৰগৃহঃ মৃত্যুৰ ক্ষণ গণিছে শতাধিক ছবিঘৰে

voicedesk by voicedesk
July 17, 2021
in সংস্কৃতি
সংকটৰ গৰাহত অসমৰ চিত্ৰগৃহঃ মৃত্যুৰ ক্ষণ গণিছে শতাধিক ছবিঘৰে
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

অসমৰ  সাংস্কৃতিক জগতখনৰ বৰ্তমানৰ অৱস্থা অতি শোচনীয় । ভাৰতৰ বাহিৰৰ ৰাজ্যসমূহৰ তুলনাত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন  যথেষ্ট পিছপৰা ।  বিগত প্ৰায় দুটা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । কিন্তু বৰ্তমান বিশ্বজুৰি চলি থকা কৰ’নাৰ সন্ত্ৰাসে যেন অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক বিভিন্ন সমস্যাৰে আগতকৈ অধিক ভাৰাক্ৰান্ত কৰি তুলিলে ।

অসমীয়া ছবিৰ ক্ষেত্ৰত সদায় সন্মুখীন হোৱা এক সমস্যা হৈছে ছবিগৃহৰ সমস্যা । এই সমস্যাক অধিক ভয়াবহ কৰি তুলিলে কৰ’না মহামাৰীয়ে । কাৰণ এই মহামাৰীৰ বাবেই  অসমৰ ভিন্ন প্ৰান্তত থকা চিত্ৰগৃহ সমূহ এটা এটা কৈ বন্ধ হৈ আহিব ধৰিছে ।  

উল্লেখযোগ্য কথা এই যে বিগত বৰ্ষৰ লকডাউনৰ সময়ৰ পৰাই অসমৰ চিত্ৰগৃহসমূহ বন্ধ হৈ আছিল । মাজতে কিছু ৰেহাই দি চিনেমাহল সমূহ খোলাৰ ব্যৱস্থা কৰা হৈছিল যদিও চিনেমা চাবলৈ যোৱা দৰ্শকৰ সংখ্যা খুব কম দেখা গ’ল । আনহাতে কৰ’নাৰ প্ৰথম ঢৌৱে বিধ্বস্ত কৰি যোৱা সাংস্কৃতিক জগতখনক কৰ’নাৰ দ্বিতীয়টো ঢৌৱে আৰু অধিক শোচনীয় কৰি তুলিলে।

উপযুক্ত চিত্ৰগৃহ নাথাকিলে অসমীয়া ছবিসমূহক কিদৰে জীয়াই ৰাখিব তাকে লৈ এতিয়া চিন্তাত পৰিছে সাংস্কৃতিক কৰ্মীসকল । বিগত সময়ত ৰাজ্যত বহুতো চিত্ৰগৃহ আছিল যদিও  ভিন্ন কাৰণত বন্ধ হৈ গৈছিল । তাৰ মাজতে কোনোমতে জীয়াই থকা ছবিগৃহ সমূহ আছিল বিভিন্ন সমস্যাৰে জৰ্জৰিত । ফলত এনে ছবিগৃহত চিনেমা মুক্তি দি ধন ঘূৰাই পোৱাতো প্ৰযোজক সকলৰ বাবে আছিল যথেষ্ট কষ্টকৰ ।

কিন্তু বৰ্তমান সময়ত সেই বাটো যেন মুদা মৰাৰ উপক্ৰম হৈছে । কাৰণ কৰ’না মহামাৰীৰ সময়ত বহুকেইটা চিত্ৰগৃহ বন্ধ হৈ যোৱাত সাংস্কৃতিক জগতখনৰ বাবে ই এক ভয়ানক সমস্যা হৈ দেখা দিছে ।আনহাতে ছবিগৃহত কাম কৰা লোকসকলৰো অৱস্থা বহুত শোচনীয় হৈ পৰিল কাৰণ ছবিগৃহ বোৰ বন্ধ হৈ যোৱাৰ বাবে মালিকপক্ষই  কৰ্মচাৰীসকলক ভালদৰে দৰমহা দিব পৰা নাই । ফলত তেনেলোকসকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

 বিগত প্ৰায় দুটা দশকৰ পৰা সমস্যাৰে জৰ্জৰিত হৈ থকা সাংস্কৃতিক ক্ষেত্ৰখন যেন আৰু ধ্বংসৰ গৰাহলৈ সোমাই পৰিল । তথাপিতো কোনো নিশ্চয়তা  নথকা , কোনো শেষ নথকা এনে পৰিস্থিতিৰ মাজতো বহুতো লোক এতিয়াও আশাবাদী । সোনকালেই এই ভয়াৱহ দিনবোৰৰ অন্ত হৈ  ভাল দিন আহক তাৰ বাবে সাংস্কৃতিক কৰ্মীসকলে এতিয়াও আশা কৰি আছে । যিহেতু বৰ্তমানৰ পৰিস্থিতিৰ লগত লাহে লাহে সকলো অভ্যস্ত হৈ পৰিছে , গতিকে এনে দুৰ্যোগৰ মাজতেই সকলোৱে ভাল দিন অহালৈ হেঁপাহেৰে বাট চাই আছে ।

Previous Post

গুৱাহাটীৰ পুৰণি পাহাৰবাসীক চৰকাৰে প্ৰদান কৰিব মাটিৰ পট্টা

Next Post

নাৰী সৱলীকৰণৰ অনন্য নিদৰ্শনঃ পাঁচ ভগ্নী হ‘ল প্ৰশাসনিক বিষয়া

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
নাৰী সৱলীকৰণৰ অনন্য নিদৰ্শনঃ পাঁচ ভগ্নী হ‘ল প্ৰশাসনিক বিষয়া

নাৰী সৱলীকৰণৰ অনন্য নিদৰ্শনঃ পাঁচ ভগ্নী হ‘ল প্ৰশাসনিক বিষয়া

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7