VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনীৰ আধাৰত কালাৰ্চ চেনেলৰ নতুন ধাৰাবাহিকঃ নাম ভূমিকাত অসমীয়া অভিনেত্ৰী

voicedesk by voicedesk
August 14, 2021
in সংস্কৃতি
উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনীৰ আধাৰত কালাৰ্চ চেনেলৰ নতুন ধাৰাবাহিকঃ নাম ভূমিকাত অসমীয়া অভিনেত্ৰী
0
SHARES
58
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেল কালাৰ্চত (Colors TV)ত সম্প্ৰচাৰ হ’বলগীয়া এখন বহু প্ৰত্যাশিত ধাৰাবাহিক হৈছে “নীমা ডেনজংপা” (Nima Denzongpa) । ধাৰাবাহিকখনত নাম ভূমিকাত অভিনয় কৰিছে অসমৰ অভিনেত্ৰী সুৰভি দাসে। উক্ত ধাৰাবাহিকখনত উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্গত চিকিমৰ এগৰাকী যুৱতীয়ে সুদূৰ মুম্বাইলৈ গৈ কিদৰে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে সেই কথা প্ৰকাশ কৰা হ’ব।

বিগত মাহৰ ২৮ তাৰিখে ধাৰাবাহিকখনৰ প্ৰথমটো প্ৰ’ম’ ছ’চিয়েল মিডিয়াত মুকলি কৰি দিয়া হৈছিল।

https://www.instagram.com/p/CR4CZ3SIrFw/?utm_source=ig_web_copy_link

উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে ভাৰতৰ আন ঠাইত সময়ে সময়ে কিদৰে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় , সেই বিষয়ে ধাৰাবাহিকখনে উপস্থাপন কৰিবলৈ চেষ্টা কৰিব বুলি প্ৰ’ম’টোৰ পৰাই বুজা যায়। ইতিমধ্যে ধাৰাবাহিক খনৰ আৰু দুই- তিনিটা প্ৰ’ম’ ছ’চিয়েল মিডিয়াত মুকলি কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে সুৰভি দাস অসমৰ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী। অভিনয় জগতত তেঁও প্ৰথম ভুমুকি মাৰিছিল অসমীয়া টিভি চেনেল ৰং ৰ “পৰিনীতা” নামৰ ধাৰাবাহিক খনৰ জৰিয়তে। ইয়াৰ উপৰিও তেঁও অসমীয়া ভাষাত আন কেইবাখনো ধাৰাবাহিক, চুটি ছবি আৰু গানত অভিনয় কৰিছে।

মনত বহুতো সৰু সৰু আশা পুহি ৰখা এই অসমীয়া যুৱতীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা টিভি চেনেলৰ ধাৰাবাহিকখনত অভিনয় কৰিবলৈ পাই নিজৰ মনৰ ভাৱ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যক্ত কৰিছে। তেঁও সমগ্ৰ অসমবাসীৰ আৰ্শীবাদ কামনা কৰি লিখিছে যে- “সপোন বোৰ দেখিছিলো কেতিয়াবা সঁচা হব বুলি , কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো।মৰম আৰু আশীৰ্বাদ কৰিব।সদায় চেষ্টা কৰি যাম ।জয় আই অসম । ”

উল্লেখ্য যে আগষ্ট মাহৰ ২৩ তাৰিখৰ পৰা কালাৰ্চ চেনেলত সম্প্ৰচাৰ হ’ব “নীমা ডেনজংপা”।

Previous Post

মৰ্মান্তিক ঘটনাঃনিজে নিৰ্মাণ কৰা হেলিকপ্টাৰে প্ৰাণ কাঢ়িলে যুৱকৰ

Next Post

অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতিঃমুখ্যমন্ত্ৰীৰ বাসগৃ্হলৈ পেট্ৰ‘ল বোমা নিক্ষেপ

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতিঃমুখ্যমন্ত্ৰীৰ বাসগৃ্হলৈ পেট্ৰ‘ল বোমা নিক্ষেপ

অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতিঃমুখ্যমন্ত্ৰীৰ বাসগৃ্হলৈ পেট্ৰ‘ল বোমা নিক্ষেপ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7