VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পোন্ধৰ বছৰীয়া দাম্পত্য জীৱনৰ ইতি; আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ

voicedesk by voicedesk
July 3, 2021
in সংস্কৃতি, জীৱন
পোন্ধৰ বছৰীয়া দাম্পত্য জীৱনৰ ইতি; আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

আমিৰ খান আৰু  পত্নী কিৰন ৰাও আৰু একেলগে নাথাকে। শনিবাৰে পুৱাই এক বিজ্ঞপ্তিৰ জৰিয়তে আমিৰ আৰু কিৰনে তেওঁলোকৰ ১৫ বছৰীয়া দাম্পত্য জীৱনৰ সামৰণি মৰাৰ কথা প্ৰকাশ কৰে।

আমিৰ-কিৰনে বিজ্ঞপ্তিত উল্লেখ কৰিছে,’’যোৱা ১৫ বছৰৰ দাম্পত্য জীৱনত আমি দুয়োৱে কিছু মধুৰ মুহূৰ্ত আমি একেলগে কটাইছো। হাঁহি-আনন্দেৰে ভৰা সেই সময়ৰ মাজেৰেই দুয়োজনৰ সম্পৰ্কত লাহে লাহে বিশ্বাস, সন্মান তথা ভালপোৱাৰ জন্ম হৈছিল। এতিয়া আমি দুজনেই জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছো। পতি-পত্নী হিচাপে নহয়। বৰঞ্চ অবিভাৱক হিচাপে, এটা পৰিয়াল হিচাপে।‘’

আমিৰ-কিৰনে লগতে লিখিছে,’’ এই সিদ্ধান্ত হঠাতে লোৱা নহয়। আমি বহুদিন আগৰে পৰাই পৃথক হোৱাৰ বিষয়ে চিন্তা কৰিছিলো। কেবল সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিলো। অৱশ্যে, এই সিদ্ধান্তই আমাৰ সন্তান আজাদৰ ওপৰত কোনোধৰণে প্ৰভাৱ নেপেলায়। আমি দুজনেই আজাদক ডাঙৰ কৰি তুলিম।‘’

লগতে লিখিছে,’’একেলগে ছবি তথা পানী ফাউণ্ডেশ্যনৰ  কাম কৰিম। সকলো সময়তে আমাৰ কাষত থকাৰ বাবে আমাৰ বন্ধু, আত্মীয়-স্বজনক ধন্যবাদ। এই সময়তো আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো। এই বিচ্ছেদক কেতিয়াও ইতি হিচাপে নহয়, বৰঞ্চ নতুন আৰম্ভণি হিচাপে চাবলৈ অনুৰোধ কৰিছো।

উল্লেখ্য যে ২০০২চনত আমিৰ খানে তেওঁৰ প্ৰথমা পত্নী ৰীনা দত্তৰ সৈতে বিচ্ছেদ কৰে। তাৰ পাছত ২০০৫চনত পৰিচালক কিৰন ৰাওক বিয়া কৰায়। ‘লগান’ ছবিৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত ঘনিষ্ঠতা হয়। ছবিখনত সহ পৰিচালক হিচাপে আছিল কিৰন ৰাও।

২০১১চনত আমিৰ-কিৰনৰ সংসাৰলৈ ছাৰোগেছিৰ জৰিয়তে আহিছিল পুত্ৰ আজাদ। আমিৰ খানৰ প্ৰথমা পত্নী ৰীনাৰ সৈতেও আছে আমিৰৰ পুত্ৰ জুনেইদ আৰু কন্যা ইৰা।

Previous Post

পাঠশালাৰ যুৱকৰ তৎপৰতাত পৰিয়ালৰ লোকে ওভতাই পালে নিৰুদ্দিষ্ট লোকক

Next Post

অৱক্ষয়ৰ দিশে অসমীয়া ভাষাৰ ইতিহাসৰ সাক্ষ্য

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অৱক্ষয়ৰ দিশে অসমীয়া ভাষাৰ ইতিহাসৰ সাক্ষ্য

অৱক্ষয়ৰ দিশে অসমীয়া ভাষাৰ ইতিহাসৰ সাক্ষ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7