VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে জনাজাত

ক'ত অৱস্থিত এই চহৰখন ?

voicedesk by voicedesk
January 19, 2023
in সংস্কৃতি
ইউনেস্কোৰ  বিশ্ব ঐতিহ্য  ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে  জনাজাত
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

ব্ৰাজিলৰ উত্তৰ-পূবত অৱস্থিত  এই চহৰখনৰ নাম হৈছে ছালভাডৰ,  ব্ৰাজিলৰ বাহিয়া ৰাজ্যৰ ৰাজধানী এই ছালভাডৰ চহৰ। এই চহৰখন পৰ্তুগালৰ স্থাপত্যৰ বাবে অতি বিখ্যাত। এই ঠাইলৈযোৱা লোকসকলে এই কথা  অনুভৱ কৰিব পাৰে যে ঠাইখনত যেন প্ৰতিমূহুৰ্ততেই  কিবা  এটা উৎসৱ হে  পালন কৰা হৈছে।

অতি আকৰ্ষণীয় ধুনীয়া ধুনীয়া বিলেৰে আগুৰি থকা এই চহৰখনৰ মানুহে পেষ্টেল ৰং কৰা দেৱালবোৰ অতি ধুনীয়া বুলি বিবেচনা কৰে। আমোদজনকভাৱে ইয়াত আফ্ৰিকান আৰু ব্ৰাজিলৰ খাদ্যও উপলব্ধ। ইয়াত মানুহে প্ৰায়ে সাংস্কৃতিক উৎসৱ ছাম্বা আৰু অন্যান্য আফ্ৰিকান নৃত্যৰে উৎসৱ  উদযাপন কৰা দেখা যায়। ইয়াৰ মানুহে সদায়  নিজৰ পৰিচয়,স্বকীয় ঐতিহ্য-সংস্কৃতি  ৰক্ষা কৰিবলৈ চেষ্টা কৰে।

ব্ৰাজিলৰ বাহিয়া ৰাজ্যৰ ৰাজধানী ছালভাডৰ ডি বাহিয়া যি সমগ্ৰ বিশ্বতে ছালভাডৰ নামেৰে অধিক পৰিচিত ।

ব্ৰাজিলৰ উত্তৰ-পূব উপকূলৰ কাষত দেশখনৰ ভিতৰতে আকৰ্ষণীয় এই  ছালভাডৰত চহৰক বহুতে আধুনিক ব্ৰাজিলৰ জন্মস্থান বুলি গণ্য কৰে।ইয়াৰ  স্থানীয় লোক সকলৰ এটা কথা আছে ৷ সেয়া হ’ল –‘চেম প্ৰেছা, অলহা পাৰা অ’ চেউ, ফালা ক’ম ডেউছ, ভ’চে টা না বাহিয়া’ অৰ্থাৎ সময় উলিয়াওক, আকাশলৈ চাওক, ঈশ্বৰৰ লগত কথা পাতক, আপুনি বাহিয়াত আছে ৷

এই চহৰৰ স্থানীয় লোকসকল ছ’টেৰ’পলিটানোছ নামেৰে জনাজাত ৷  ছালভাডৰৰ বুকুত আনন্দেৰে বসবাস কৰা এই ছ’টেৰ’পলিটানোছ সকলে দিনটোৰ আৰম্ভণিৰ পৰাই সংগীতৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতি থকা ভালপোৱাৰে নিজৰ জীৱন ৰঙীন কৰি ৰখাৰ লগতে ইয়ালৈ অহা অতিথি  সকলৰ মনো  ৰঞ্জিত কৰে।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

১১ আগষ্টত নেটফ্লিক্সত মুক্তি লাভ কৰিব আলিয়া ভাটৰ প্ৰথমখন হলিউড ছবি ‘হাৰ্ট অৱ ষ্টোন’এ

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
১১ আগষ্টত নেটফ্লিক্সত মুক্তি লাভ কৰিব আলিয়া ভাটৰ প্ৰথমখন হলিউড ছবি ‘হাৰ্ট অৱ ষ্টোন’এ

১১ আগষ্টত নেটফ্লিক্সত মুক্তি লাভ কৰিব আলিয়া ভাটৰ প্ৰথমখন হলিউড ছবি ‘হাৰ্ট অৱ ষ্টোন’এ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7