VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

voicedesk by voicedesk
April 22, 2024
in সংস্কৃতি
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
0
SHARES
324
VIEWS
Share on FacebookShare on Twitter

ৰঙালী বিহুৰ  উছাহ উদ্দীপনা এতিয়াও মাৰ যোৱা নাই ৷ পৰম্পৰাগত  সাত বিহুৰ সামৰণি পৰিল যদিও ঠায়ে ঠায়ে অনুষ্ঠিত হৈয়েই আছে ৰঙালী বিহুৰ অনুষ্ঠান ৷ ৰঙালী বিহুৰ সমছোৱাত বিহু হুচৰি আৰি বিহু নৃত্য প্ৰদর্শন কৰা হয় ৷ ইয়াত ব্যৱহৃত পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে টকা আৰু গগণা ৷আহকচোন টকা আৰু গগণাৰ বিষয়ে কিছু কথা জানো আজিৰ এই প্ৰতিবেদনত ৷৷

 

বিহুগীত আৰু নৃত্যত ব্যবহৃত এবিধ বাদ্য হ’ল টকা। এইবিধ বাদ্য মহিলায়ো বজাব পাৰে। গোটা বাঁহ এমুৰে গাঁঠি ৰাখি, মাজেদি ফালি টকা সজা হয়। অসমৰ লোকবাদ্যসমূহৰ ভিতবত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা বিহুৰ এক অপৰিহার্য অংগ। বিহুনামব প্রাথমিক তাল আছিল হাতচাপৰি আৰু কালক্ৰমত হাতচাপৰিব চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হয়। গাভৰু বিহু আৰু জেং বিহুৰ অন্যতম মূল বাদ্য হৈছে টকা।

 

 

বিহুগীত আৰু নৃত্যত ব্যবহৃত আন এবিধ বাদ্য হ’ল গগনা। ফু দি বজোৱা এইবিধ  বাদ্য মহিলায়ো বজাব পাৰে। এচটা বাঁহৰ পাত চাঁচি-মাজি দুফালে দুচাটি, মাজতে এচাটি ৰাখি মুগা সূতা মেৰিয়াই গগনা বোৱা হয়। গগনা ওঁঠেবে চেপি ধৰি আঙুলিবে কঁপাই বজোৱা হয়। জেং বিহুৰ অন্যতম মূল বাদ্য গগনা। বর্তমান বহুল ব্যবহৃত গগনা দুই প্রকাবব। গাভৰুৱে বজোৱা গগনাবিধক লাহৰী গগনা বুলি কোৱাৰ বিপৰীতে ডেকাই বজোৱা গগনাবিধক কোৱা হয় ৰামধন গগনা বুলি।

Previous Post

দবাৰ ইতিহাস ১৭ বছৰ বয়সত বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বান জনাবলৈ যোগ্যতা অৰ্জন ভাৰতীয় খেলুৱৈৰ, পুনৰ ভাৰতৰ অভিলেখ

Next Post

পাকিস্তানী মহিলাই একেলগে জন্ম দিলে ছটা সন্তান! চাৰিজন পুত্ৰ, দুগৰাকী কন্যা

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
পাকিস্তানী মহিলাই একেলগে জন্ম দিলে ছটা সন্তান! চাৰিজন পুত্ৰ, দুগৰাকী কন্যা

পাকিস্তানী মহিলাই একেলগে জন্ম দিলে ছটা সন্তান! চাৰিজন পুত্ৰ, দুগৰাকী কন্যা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7