VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?

অনুষ্ঠানত উপস্থিত বলীউডৰ বহু চেলিব্ৰিটী

voicedesk by voicedesk
January 21, 2023
in সংস্কৃতি
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত এক জাকজমকতাপূৰ্ণ অনুষ্ঠানত ৰাধিকা মাৰ্চেণ্ট আৰু আম্বানী পৰিয়ালৰ পুত্ৰ অনন্ত আম্বানী দুয়ো দুয়োৰে ওচৰত বাগদত্তা হিচাপে প্ৰতিশ্ৰুতিবদ্ধ  হয়। আনহাতে ইয়াৰ সমান্তৰালকৈ অতি আড়ম্বৰেৰে অনুষ্ঠিত হয় গুজৰাটী হিন্দু পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা গোল ধনাৰ পৰম্পৰা । মুম্বাইত অৱস্থিত  আম্বানীৰ বাসগৃহ এন্টিলিয়াত অনুষ্ঠিত হয় এই অনুষ্ঠান  য’ত গোটেই পৰিয়ালটোক একেলগে দেখা পোৱা গ’ল।

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?

‘গোল ধনা’  গুজৰাটী পৰম্পৰাত বিবাহৰ পূৰ্বে অনুষ্ঠিত হোৱা এক পৰম্পৰাগত অনুষ্ঠান, য’ত অতিথিসকলক গুড় আৰু ধনীয়াৰ গুটি বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহ দৰাৰ ঘৰলৈ পঠিওৱা হয়, য’ত এই অনুষ্ঠানটো অনুষ্ঠিত হয়। কইনাৰ পৰিয়ালে দৰাৰ ঘৰলৈ উপহাৰ আৰু মিঠাই আনে আৰু তাৰ পিছত দম্পতীহালে আঙঠি বিনিময় কৰে।

এই অনুষ্ঠানত উপস্থিত বলীউডৰ বহু চেলিব্ৰিটি-

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ এই এংগেজমেণ্ট পাৰ্টিত  অক্ষয় কুমাৰ, ছলমান খান, চাৰা আলী খানকে ধৰি বহু বলীউড তাৰকাই  অংশগ্ৰহণ কৰে।  অনন্ত আম্বানীৰ ভগ্নী ঈশা আম্বানীয়ে এংগেজমেণ্ট অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত অনন্ত-ৰাধিকাই পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সন্মুখত ইজনে সিজনক এংগেজমেণ্ট ৰিং পিন্ধাই ভৱিষ্যতে ইজনে সিজনৰ জীৱন সংগী হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । অনুষ্ঠানৰ পিছত দম্পতীহালে সকলোৰে আশীৰ্বাদ ল’লে।ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই অনুষ্ঠানসমূহৰ  ভিডিঅ’।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ বাবে দেশৰ পৰা মনোনীত অসমৰ চৰাইদেউ মৈদাম

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ বাবে দেশৰ পৰা মনোনীত অসমৰ চৰাইদেউ মৈদাম

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ বাবে দেশৰ পৰা মনোনীত অসমৰ চৰাইদেউ মৈদাম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7