VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৰ্যটকৰ অন্যতম আকৰ্ষণ ভাৰতৰ ৮ বিধ ভিন্ন প্ৰকাৰৰ পৃথিৱী বিখ্যাত চাহ

voicedesk by voicedesk
August 12, 2021
in সংস্কৃতি
পৰ্যটকৰ অন্যতম আকৰ্ষণ ভাৰতৰ ৮ বিধ ভিন্ন প্ৰকাৰৰ পৃথিৱী বিখ্যাত চাহ
0
SHARES
100
VIEWS
Share on FacebookShare on Twitter

বেছিভাগ ভাৰতীয়ই তেওঁলোকৰ পুৱাবোৰ একাপ গৰম চাহেৰে আৰম্ভ কৰে। চাহ প্ৰকৃততে ভাৰতত পানীয় নহয়, অধিক আৱেগহে। অসম চাহৰ ৰাজ্য। অসমৰ ক্ষেত্ৰতো সৰ্বাধিক জনপ্ৰিয় আৰু সকলোৰে প্ৰিয় পানীয় চাহকাপ।

একাপ চাহে পৰিয়ালটোক কাষ চপাই আনে, বহুতৰ মাজত বন্ধুত্ব গঢ়ি তোলে আৰু আপুনি একাপ চাহ আগত লৈ প্ৰিয়জনৰ সৈতে অন্তহীন কথোপকথন কৰিব পাৰে। 


তথ্য অনুসৰি ভাৰতত কমেও ৬বিধ বিভিন্ন প্ৰকাৰৰ চাহ আছে। বগা, হালধীয়া, সেউজীয়া, ওলং (বা ৱুলং) আৰু ক’লা (চীনত ৰঙা চাহ বুলি কোৱা হয়) আৰু কিণ্বিত হোৱাৰ বা ৰাসায়নিক পৰিৱৰ্তনৰ পিছৰ চাহ।


ভাৰতৰ বিভিন্ন অঞ্চলৰ বিশেষ বিশেষ প্ৰকাৰৰ চাহে মানুহৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ সমানে সমানে স্বাস্থ্যৰ বাবেও উপকাৰী বুলি চিহ্নিত হৈছে।

ভাৰতৰ এনে ৮ বিধ চাহে স্থানীয় মানুহ তথা পৰ্যটকক সদায়েই আকৰ্ষণ কৰি আহিছে। এই চাহবোৰ অঞ্চল বিখ্যাত হোৱাৰ লগতে ইয়াৰ স্বাস্থ্যজনিত লাভালাভো উল্লেখযোগ্য। 

মচলা চাহ: ভাৰতৰ আটাইতকৈ বিখ্যাত পানীয়বোৰৰ ভিতৰত মচলা চাহ অত্যন্ত জনপ্ৰিয়। কেইবাবিধো ভাৰতীয় মচলা যেনে ডালচেনি, লং, ইলাচী আদিৰে এই চাহ তৈয়াৰ কৰা হয়। এই চাহৰ কেইবাটাও স্বাস্থ্যজনিত উপকাৰিতা আছে। যেনে, ৰোগ প্ৰতিৰোধ প্ৰণালী নিৰ্মাণ কৰা, হজমত সহায় কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা।


অসম চাহ: অসম চাহ বাগিচা আৰু বিভিন্ন ধৰণৰ চাহৰ বাবে বিখ্যাত। অসমৰ চাহৰ ৰং ক’লা। এই চাহ ইয়াৰ অবয়ব, গাঢ়তা, ভিন্ন সোৱাদ আৰু উজ্জ্বল ৰঙৰ বাবে জনাজাত। অসম চাহত এণ্টিঅক্সিডেণ্ট থাকে আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে। ই ৰক্তচাপ আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ।


দাৰ্জিলিং চাহ: দাৰ্জিলিঙত বিভিন্ন প্ৰকাৰৰ চাহ পোৱা যায়। বগা, ক’লা, সেউজীয়া আৰু ওলং। এই সকলোবোৰ চাহে গেষ্ট্ৰিক আলচাৰ আৰু মেদবহুলতা প্ৰতিহত কৰাত সহায় কৰে। 

দুপৰীয়া চাহ বা নুন টি: ইয়াক কাশ্মীৰী চাহ বুলিও কোৱা হয়। এই চাহ সাধাৰণতে চামোবৰ নামৰ পৰম্পৰাগত পাত্ৰত তৈয়াৰ কৰা হয়। ৰাজস্থান আৰু নেপালৰ বহু ঠাইত দুপৰীয়া চাহ পৰিৱেশন কৰা হয়। এই চাহ বুকুৰ জ্বলা-পোৰা আৰু ফুলা প্ৰতিহত কৰিবলৈ অত্যন্ত উপকাৰী বুলি জনাজাত। 


ইৰাণী চাহ: এই ক্ৰীমি চাহ পুনে আৰু হায়দৰাবাদত বিখ্যাত। এই চাহ আন যিকোনো ভাৰতীয় চাইতকৈ পৃথক কিয়নো তেওঁলোকে ক’লা চাহত মাৱা বা খোয়া যোগ কৰে। ইৰাণী চাহে হৃদযন্ত্ৰ আৰু মুখৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।


বাটাৰ চাহ: গুৰ গুৰ চাই নামেৰেও জনাজাত, এই চাহ লাডাখ আৰু ছিকিমত অত্যন্ত জনপ্ৰিয়। ইয়াক পৰম্পৰাগতভাৱে চাহপাত, য়াকৰ গাখীৰ মাখন, পানী আৰু নিমখৰ পৰা তৈয়াৰ কৰা হয়। বাটাৰ চাহে হজম শক্তি বৃদ্ধি কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু জ্ঞানীয় কাৰ্য উন্নত কৰে। 

কাশ্মীৰী কাহৱা: এই সৰল চাহ ডালচেনি, কেশৰ, ইলাচী, শুকান গোলাপৰ পাহি আৰু সেউজীয়া চাহৰ সৈতে প্ৰস্তুত কৰা হয়। ই হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

নীলগিৰি চাহ: এই চাহক নীল পাহাৰীয়া চাহ বুলিও জনা যায়। নীলগিৰি চাহ ইয়াৰ সুগন্ধি তথা সোৱাদৰ বাবে বিশ্বজুৰি বিখ্যাত। ই ওজন হ্ৰাস কৰা, মুখৰ স্বাস্থ্য উন্নত কৰা আৰু ডায়েবেটিচৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰে।

চাহৰ গুণাগুণ অলেখ। কিন্তু ৰোগ অনুযায়ী চাহ কেতিয়াবা মাৰাত্মকো হৈ পৰে। গতিকে চাহ সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব অথবা আপোনাৰ শৰীৰৰ বাবে অপকাৰী দ্ৰব্যসমূহ এৰাই চলিব।

Previous Post

কফি আৰু বাটাৰৰ মিশ্ৰণেও শৰীৰৰ বাবে কঢ়িয়াব পাৰে সুফল

Next Post

বছৰৰ বেছিভাগ সময় বৰষুণ হৈ থকা পৃথিৱীৰ কেইখনমান ঠাই

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
বছৰৰ বেছিভাগ সময় বৰষুণ হৈ থকা পৃথিৱীৰ কেইখনমান ঠাই

বছৰৰ বেছিভাগ সময় বৰষুণ হৈ থকা পৃথিৱীৰ কেইখনমান ঠাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7