VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ গ্ৰাম্য অৰ্থনীতিত আশাৰ ৰেঙণি : অসমীয়া নাৰীৰ স্বাভিমান গামোচাৰ হেৰুৱা সন্মান ঘূৰাই অনাৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 15, 2021
in অৰ্থনীতি
অসমৰ গ্ৰাম্য অৰ্থনীতিত আশাৰ ৰেঙণি :  অসমীয়া নাৰীৰ স্বাভিমান গামোচাৰ   হেৰুৱা সন্মান ঘূৰাই অনাৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ
0
SHARES
83
VIEWS
Share on FacebookShare on Twitter

১৯৮৯ চনৰ হস্ততাঁত সংৰক্ষণ আইনৰ অধীনত কোনো কাৰখানা বা মেচিনত প্ৰস্তুত কৰা গামোচা, মেখেলা -চাদৰ অসমৰ বজাৰত নিষিদ্ধ ঘোষণা কৰাৰ পাছতো অসমৰ বজাৰত বহিৰাগত বণিকে মেচিনত তৈয়াৰ কৰা গামোচা বা মেখেলা-চাদৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

অতি কম মূল্যতে উপলব্ধ এই বস্ত্ৰ সমূহে অসমীয়া শিপিনীলৈ চৰম অৰ্থনৈতিক সংকট কঢ়িয়াই অনাৰ সময়তে ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা এক সিদ্ধান্তই আজি থলুৱা শিপিনীলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। গ্ৰাম্য অৰ্থনীতিত ইতিবাচক সঁহাৰি জনোৱা এই সিদ্ধান্তই এতিয়া ৫ খন জিলাৰ প্ৰায় ১০ হাজাৰৰো অধিক শিপীনৰ ভাগ্য মুকলি কৰিব।

সেই নিমিত্তে যোৰহাটৰ তিতাবৰস্থিত ধলিৰ ঠেঙাল কছাৰী স্বায়ক্তশাসিত পৰিষদে সাজু কৰি তুলিছে এটা অত্যাধুনিক সূতা বেংক। যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু ধেমাজিৰ ১০ হাজাৰ শিপীনীয়ে বৈ উলিয়াব ৫ লাখ গামোচা । আৰু এই ৫ লাখ গামোচা ক্ৰয় কৰিব ঠেঙাল কছাৰী স্বায়ক্ত শাসিত পৰিষদে।

যিহেতু ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি সকলো চৰকাৰী অনুষ্ঠানতে ব্যৱহাৰ কৰিব লাগিব অসমীয়া শিপীনীয়ে বোৱা থলুৱা গামোচাখনি আৰু এই সকলো গামোচা যোগান ধৰিব ঠেঙাল কছাৰী স্বায়ক্তশাসিত পৰিষদে।

এই সন্দৰ্ভত অতি শীঘ্ৰেই স্বায়ক্তশাসিত পৰিষদৰ বিষয়া গৰাকীয়ে মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাতো মিলিত হ’ব। যিহেতু এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে, প্ৰতিগৰাকী অসমীয়া শিপিনীৰ সপোন জড়িত হৈ থকা এই গামোচা সমূহ সম্পূৰ্ণ থলুৱা চানেকিৰ পৰা বৈ উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষকৈ ক’ভিডসৃষ্ট এই পৰিবেশে অসমৰ গ্ৰাম্য অৰ্থনীতিত যি মাধমাৰ সোধাইছে , যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ মহিলা সকল বজাৰলৈ ওলাই আহিব পৰা নাই আৰু চৰম আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে।

তেনেক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা এই আঁচনিয়ে গ্ৰাম্য অৰ্থনীতিত অন্য এক বজাৰ সৃষ্টি কৰি শিপিনী সকলক উদ্ধাৰ কৰাৰ লগতে ক্ৰমে হেৰাই যাব খোজা অসমীয়াৰ মান গামোচা খনি উদ্ধাৰৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব।

Previous Post

স্বাস্থ্য ৰক্ষাত অসমীয়াৰ আদৰৰ জলপান বাটিৰ ভূমিকা

Next Post

বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা : এজাক বৰষুণতে চহৰত কৃত্ৰিম বানৰ সংহাৰী ৰূপ

Related Posts

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?
অৰ্থনীতি

পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

July 14, 2023
২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব?  ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে
অৰ্থনীতি

২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব? ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

June 26, 2023
প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা
অৰ্থনীতি

প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা

June 19, 2023
Next Post
বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা : এজাক বৰষুণতে  চহৰত কৃত্ৰিম বানৰ সংহাৰী ৰূপ

বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা : এজাক বৰষুণতে চহৰত কৃত্ৰিম বানৰ সংহাৰী ৰূপ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7