VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ ৫০টা বিভাগত খালী হৈ আছে এক লাখতকৈ অধিক পদ

voicedesk by voicedesk
July 16, 2021
in অৰ্থনীতি, সমাজ
অসমৰ ৫০টা বিভাগত খালী হৈ আছে  এক লাখতকৈ অধিক পদ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনৰ পৰা ৰাজ্যৰ ৫০টা বিভাগত ১ লাখ ৭ হাজাৰ ১৪৯ টা পদ খালী হৈ আছে।

সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে বিধান সভাৰ মজিয়াত মংগলবাৰে এই তথ্য দাখিল কৰে

প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে সামৰি লোৱা এই খালী পদবোৰৰ শিক্ষা বিভাগত সৰ্বাধিক ৫০,৪৬৫টা পদ খালি হৈ আছে।

সেইদৰে , গৃহ-ৰাজনৈতিক বিভাগত ২০,২৪৮টা আৰু স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগত ৯,৫৫৩টা পদ খালি হৈ আছে বুলি মন্ত্ৰী দাসে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰায় ১ লাখ পদত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে চৰকাৰৰ বিভিন্ন বিভাগত ইতিমধ্যে সকলো পৰ্যায়ৰ নিযুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

আনহাতে শিক্ষা বিভাগে নিজা বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে বহু নতুন পদৰ সৃষ্টি কৰিব। শিক্ষা বিভাগৰ নতুন পদখিনি মিলালেহে চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰ্ণ হ’ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বিধানসভাত ঘোষণা কৰে।

Previous Post

গোলাঘাটত কপিকুল আৰু মানুহৰ তয়াময়া ৰণ

Next Post

অলিম্পিকত জিমনাষ্টিকছৰ বিচাৰকৰ দায়িত্বত প্ৰথমগৰাকী ভাৰতীয়

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
অলিম্পিকত জিমনাষ্টিকছৰ বিচাৰকৰ দায়িত্বত প্ৰথমগৰাকী ভাৰতীয়

অলিম্পিকত জিমনাষ্টিকছৰ বিচাৰকৰ দায়িত্বত প্ৰথমগৰাকী ভাৰতীয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7