VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনাঃ জি এছ টি বৈঠকৰ পৰিষদৰ পিছতে হ’ব চূড়ান্ত সিদ্ধান্ত

voicedesk by voicedesk
September 17, 2021
in অৰ্থনীতি, সমাজ
পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনাঃ জি এছ টি বৈঠকৰ পৰিষদৰ পিছতে হ’ব চূড়ান্ত সিদ্ধান্ত
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ মাৰ্চ মাহৰ পিছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে লক্ষ্ণৌত জি এছ টি পৰিষদৰ ৪৫ সংখ্যক বৈঠকত সকলো সদস্য শাৰীৰিকভাৱে উপস্থিত থাকিব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৮ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা বৈঠকত সভাপতিত্ব কৰিব। 

গ্ৰাহকৰ ওপৰত বোজা হ্ৰাস আৰু বৃদ্ধি কৰিব পৰা সকলো কাৰ্যসূচীৰ বিষয়বোৰ ইয়াত আলোচনা কৰা হ’ব। পেট্ৰ’লিয়াম সামগ্ৰীৰ লগতে ৫০ টাতকৈ অধিক সামগ্ৰী আৰু সেৱাৰ হাৰৰ সংশোধন সম্পৰ্কে আলোচনা কৰা হ’ব।

বৈঠকত বিশেষকৈ জি এছ টি সমিতিয়ে পেট্ৰ’লিয়াম সামগ্ৰীক জি এছ টিৰ আওতালৈ অনাৰ প্ৰস্তাৱ সন্দৰ্ভত বিবেচনা কৰিব। যদি জি এছ টিৰ অধীনত ‘এক দেশ এক মূল্য’ৰ হিচাপত পেট্ৰ’ল আৰু ডিজেলক অন্তৰ্ভূক্ত কৰা হয় তেন্তে প্ৰতি লিটাৰ পেট্ৰ’ল ২৮ টকা আৰু ডিজেলত ২৫ টকা পৰ্যন্ত হ্ৰাস পাব বুলি আশা কৰা হৈছে।

ইতিমধ্যে পেট্ৰ’লে প্ৰতি লিটাৰত ১১০ টকা অতিক্ৰম কৰিছে আৰু দেশৰ বহু ঠাইত ডিজেল প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰিছে।

Previous Post

নিজৰ উপাৰ্জনৰ টকাৰে বলিউডৰ এইগৰাকী অভিনেত্ৰীয়ে ক্ৰয় কৰিছে কিছুমান দামী সামগ্ৰীঃ জানিবলৈ পঢ়ক এই তথ্য

Next Post

মাত্ৰ এটা মেছেজ প্ৰেৰণ কৰিয়েই কিদৰে বন্ধ কৰিব কৰ’না ডায়েলাৰ টিউন

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
মাত্ৰ এটা মেছেজ প্ৰেৰণ কৰিয়েই কিদৰে বন্ধ কৰিব কৰ’না ডায়েলাৰ টিউন

মাত্ৰ এটা মেছেজ প্ৰেৰণ কৰিয়েই কিদৰে বন্ধ কৰিব কৰ’না ডায়েলাৰ টিউন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7