VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৃষকৰ বাবে সুখবৰঃ কেন্দ্ৰই বৃদ্ধি কৰিছে ৰবিশস্যৰ নূন্যতম সহায়ক মূল্য

voicedesk by voicedesk
September 9, 2021
in অৰ্থনীতি
কৃষকৰ বাবে সুখবৰঃ কেন্দ্ৰই বৃদ্ধি কৰিছে ৰবিশস্যৰ নূন্যতম সহায়ক মূল্য
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে কঢ়িয়াই আনিছে এক সুখবৰ। উল্লেখ্য যে ঘেঁহু আৰু সৰিয়হৰ দৰে ৰবি শস্যসমূহৰ নূন্যতম মূল্য বৃদ্ধি কৰা হ’ল। ঘেঁহুৰ ক্ষেত্ৰত এই মূল্যবৃদ্ধি হ’ল ২% অৰ্থাৎ প্ৰতি কুইন্টলত ৪০ টকা। ইয়াৰ আগতে প্ৰতি কুইন্টল ঘেঁহু ১৯৭৫ টকাত বিক্ৰী হোৱাৰ পৰিবৰ্তে এতিয়াৰ পৰা বিক্ৰী হ’ব ২০১৫ টকাত। প্ৰাপ্ত তথ্য মতে ঘেঁহুৰ উৎপাদনত প্ৰতি কিলোত মুঠ ব্যয় হয় ১০০০ টকা। এইবাবেই বৃদ্ধি কৰা হ’ল নূন্যতম সহায়ক মূল্য।     

উল্লেখযোগ্য যে কেন্দ্ৰই ঘেঁহুৰ উপৰিও মচুৰ দাইল, সৰিয়হ, বাৰ্লি , বুট  ,সূৰ্যমুখী আদিৰো নূন্যতম সহায়ক মূল্য বৃদ্ধি কৰিছে । বুটৰ ক্ষেত্ৰত নূন্যতম সহায়ক মূল্য বৃদ্ধি হৈছে ১৩০ টকা। এই দৰ হিচাপত প্ৰতি কুইন্টল বুটৰ নতুন দাম ৫২৩০ টকা। সূৰ্যমুখী দানাৰ নূন্যতম সহায়ক মূল্য বাঢ়িছে ১১৪ টকালৈ । আনহাতে মচুৰ দাইল আৰু সৰিয়হৰ মূল্য বাঢ়িছে ৪০০ টকা পৰ্যন্ত। এই দৰ হিচাপত মচুৰ দাইল প্ৰতি কুইন্টল ৫৫০০ টকা আৰু সৰিয়হ ৫০৫০ টকা ধাৰ্য হৈছে।

আনহাতে বাৰ্লিৰ ক্ষেত্ৰত নূন্যতম সহায়ক মূল্য বৃদ্ধি হৈছে ৩৫ টকালৈ। ইয়াৰ আগতে প্ৰতি কুইন্টল বাৰ্লি ১৬০০ টকাত বিক্ৰী হোৱাৰ পৰিৱৰ্তে এতিয়াৰ পৰা বিক্ৰী হ’ব ১৬৩৫ টকাত।

Previous Post

নিমাতীঘাটৰ কৰুণ ঘটনাৰ তিনি খলনায়কক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনঃলাভ কৰা নাই যাত্ৰীৰ সঠিক সংখ্যা আৰু ঠিকনা

Next Post

ৰঙা ভেণ্ডিৰ খেতি কৰি অধিক লাভৰ মুখ দেখিছে এজন আদৰ্শ খেতিয়কে

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
ৰঙা ভেণ্ডিৰ খেতি কৰি অধিক লাভৰ মুখ দেখিছে এজন আদৰ্শ খেতিয়কে

ৰঙা ভেণ্ডিৰ খেতি কৰি অধিক লাভৰ মুখ দেখিছে এজন আদৰ্শ খেতিয়কে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7