VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ত্ৰিবান্দমৰ হায়াত ৰিজেন্সিত নতুন ‘চেফ ডি কুইজিন’ৰ ৰূপত কং ইয়ং লি

voicedesk by voicedesk
January 11, 2023
in অৰ্থনীতি
ত্ৰিবান্দমৰ হায়াত ৰিজেন্সিত নতুন ‘চেফ ডি কুইজিন’ৰ ৰূপত  কং ইয়ং লি
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

আঠ বছৰ ধৰি চীনৰ ৰন্ধন জগতত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰা ইয়ং লিয়ে শেহতীয়াকৈ মুম্বাইৰ গ্ৰেণ্ড হায়াত দলত যোগদান কৰাৰ পিছত শেহতীয়াকৈ  হায়াত ৰিজেন্সি আহমেদাবাদৰ চাইনা হাউছত যোগদান কৰিছে। ১৮ বছৰতকৈও অধিক সময় ধৰি  তেওঁৰ দক্ষতা আৰু অভিজ্ঞতাৰে পৰিপুষ্ট  সমগ্ৰ বিশ্বৰ আগশাৰীৰ শ্বেফ গৰাকীয়ে  হায়াত ৰিজেন্সিত চেফ ডি কুইজিন  হিচাপে যোগদান কৰাৰ বাতৰিয়ে  অৱশ্যেই খাদ্যৰসিক সকলক যথেষ্ট উৎসাহিত কৰিছে।

জনপ্ৰিয় বিশেষজ্ঞ  শ্বেফ লি  ভাৰতত পৰম্পৰাগত চীনা খাদ্য আৰু ইয়াৰ   সোৱাদৰ লগতে চীনৰ ছিচুয়ান প্ৰদেশৰ পৰম্পৰাগত সোৱাদৰ বাবেই  ভাৰতীয় সকলৰ মাজতো অতি জনপ্ৰিয় । মাক আৰু তেওঁ  সৃষ্টি কৰা সুস্বাদু খাদ্যৰ সোৱাদে খাদ্য ৰসিক সকলক চীনৰ সৰু  চহৰখনৰ সোৱাদযুক্ত পৃথিৱীখনলৈ লৈ যায়। ছিচুয়ানীজ সোৱাদৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞানে তেওঁক ভাৰততো  অধিক জনপ্ৰিয় কৰি তুলিছে।

হায়াত ৰিজেন্সিত যোগদান কৰাৰ সন্দৰ্ভত চেফ লিয়ে কয় যে তেওঁ  দলটোত যোগদান কৰি উৎসাহিত হৈছে। আহমেদাবাদ আৰু মুম্বাই দুয়োখন ঠাইতে তেওঁ  গোটটোৰ সৈতে এক আচৰিত সময় পাৰ কৰিছে  । তেওঁ  আশা কৰিছে  যে  সমস্ত আবেগেৰে  খাদ্য প্ৰস্তুত আৰু পৰিবেশনৰ এই কলাৰ যোগেদি   ত্ৰিবান্দ্ৰমৰ জনসাধাৰণক ছিচুয়ানৰ প্ৰকৃত সোৱাদ দিবলৈ  যৎপৰোনাস্তি চেষ্টা কৰিব  তেওঁ ৷

Previous Post

চিটি অৱ টুইনছ নামেৰে জনাজাত ক’ত অৱস্থিত এইখন ঠাই

Next Post

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত অধিবক্তা

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
বিলাসীপাৰাত শোকাবহ পথ দুৰ্ঘটনা

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত অধিবক্তা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7