ভাৰতত আজি ২৪ কেৰেট আৰু ২২ কেৰেটত ২৮০ টকা হ্ৰাস পাইছে সোণৰ মূল্য ৷ যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ কিছু তাৰতম্য ঘটা দেখা গৈছে।
দেশৰ এখন অন্যতম চহৰ চেন্নাইত আজি ২৪ কেৰেট ( ১০ গ্ৰাম) সোণৰ মূল্য ৫২,২৮৫ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৯২৭ টকা।
আনহাতে দেশৰ ৰাজধানী চহৰ দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫২,৩১০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৪৭,৯৫০ টকা।
কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫২,১৫০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৪৭,৮০০ টকা।
ইফালে চলচ্চিত্ৰ নগৰী মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,১৫০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৮০০ টকা।