VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সোণ-ৰূপৰ গ্ৰাহকৰ বাবে সুখবৰ

আজি পুনৰ হ্ৰাস পালে সোণৰ দাম

voicedesk by voicedesk
February 23, 2022
in অৰ্থনীতি
সোণ-ৰূপৰ গ্ৰাহকৰ বাবে সুখবৰ
0
SHARES
90
VIEWS
Share on FacebookShare on Twitter

সোণ ক্ৰয় কৰিব খোজা সকলৰ বাবে এক সুখবৰ ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা খামখেয়ালিৰ  মাজতে হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য ৷ এতিয়া গ্ৰাহকে ২৯,২৯৪টকাত  ক্ৰয় কৰিব পাৰিব  ১০গ্ৰাম সোণ ৷

বৰ্তমান সময়ত বজাৰৰ পৰা   প্ৰায়  ৫০,০০০টকাত সোণ আৰু ৬৪,০০০টকাত ৰূপ  ক্ৰয় কৰি আছে গ্ৰাহক সকলে ৷আন্তঃৰাষ্ট্ৰীয় বজাৰতো আজি হঠাৎ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য ৷ আমেৰিকাত ২.৩৫ ডলাৰ হ্ৰাস পাই সোণৰ মূল্য হৈছেগৈ ১৮৯৬.১৪ ডলাৰ  প্ৰতি আউন্স আৰু ০.০২ডলাৰ হ্ৰাস পাই ৰূপৰ মূল্য হৈছে ২৪.০৬ডলাৰ প্ৰতি আউন্স ৷

আনহতে ভাৰতৰ কেইখনমান প্ৰধান চহৰত সোণ-ৰূপৰ মূল্য হৈছে এনেধৰণৰ :-

  • দিল্লী- ৰাজধানী চহৰ দিল্লীত ২২কেৰেট সোণৰ দাম -৪৬,২৬০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৮০টকা আৰু ৰূপৰ মূল্য ৬৪,৩০০টকা
  • মুম্বাই –চলচিত্ৰ নগৰী মুম্বাইত ২২কেৰেট সোণৰ দাম -৪৬,০০০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৮০টকা আৰু ৰূপৰ মূল্য ৬৪,৩০০টকা
  • ক’লকাতা-ক’লকাতাত ২২কেৰেট সোণৰ দাম -৪৬,০০০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৮০টকা আৰু ৰূপৰ মূল্য ৬৪,৩০০টকা
  • চেন্নাই -চেন্নাইত ২২কেৰেট সোণৰ দাম -৪৭,৩৫০টকা ,২৪কেৰেট সোণৰ দাম -৫১,৬৬০টকা আৰু ৰূপৰ মূল্য ৬৯,০০০টকা
  • বাংগালোৰ –বাংগালোৰত ২২কেৰেট সোণৰ দাম -৪৬,০০০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৮০টকা আৰু ৰূপৰ মূল্য ৭০,০০০টকা
  • আহমেদাবাদ-আহমেদাবাদত ২২কেৰেট সোণৰ দাম -৪৫,৯৯০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৫০টকা আৰু ৰূপৰ মূল্য ৬৪,৩০০টকা
  • হাইদৰাবাদ-হাইদৰাবাদত ২২কেৰেট সোণৰ দাম -৪৬,০০০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৮০টকা আৰু ৰূপৰ মূল্য ৭০,০০০টকা
  • চুৰাট-চুৰাটত ২২কেৰেট সোণৰ দাম -৪৫,৯৯০টকা ,২৪কেৰেট সোণৰ দাম -৫০,১৫০টকা আৰু ৰূপৰ মূল্য ৬৪,৩০০টকা আনহাতে দেশৰ আন এখন প্ৰধান চহৰ লক্ষ্ণৌত সোণ-ৰূপৰ মূল্য হ’ল
  • লক্ষ্ণৌ-২২কেৰেট সোণৰ দাম -৪৬,১৫০টকা ,২৪কেৰেট সোণৰ দাম -৫০,৩৩০টকা আৰু ৰূপৰ মূল্য ৬৪,৩০০টকা
Previous Post

মহানগৰীত ৰেল বিভাগৰ কর্মচাৰীক চুৰিকাঘাত কৰি নিলে মোবাইল- নগদ ধন

Next Post

চিকিৎসকক দিয়া দামী উপহাৰৰ বাবে ফার্মাচিউটিকেল প্ৰতিষ্ঠানে লাভ নকৰিব কৰ ৰেহাইঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
চিকিৎসকক দিয়া দামী উপহাৰৰ বাবে ফার্মাচিউটিকেল প্ৰতিষ্ঠানে লাভ নকৰিব কৰ ৰেহাইঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

চিকিৎসকক দিয়া দামী উপহাৰৰ বাবে ফার্মাচিউটিকেল প্ৰতিষ্ঠানে লাভ নকৰিব কৰ ৰেহাইঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7