VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০২২ বৰ্ষৰ জনপ্ৰিয় ভাৰতীয় তাৰকাৰ তালিকাত কোন ?

আই এম ডি বিৰ জনপ্ৰিয়তাৰ তালিকাৰ শীৰ্ষত আছে দাক্ষিণাত্যৰ তাৰকা ধনুষ

voicedesk by voicedesk
December 31, 2022
in অৰ্থনীতি
২০২২ বৰ্ষৰ জনপ্ৰিয় ভাৰতীয় তাৰকাৰ তালিকাত কোন ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজি ২০২২ বৰ্ষৰ শেষৰটো দিন ৷ ২০২৩ক আদৰিবলৈ সকলো যেন উন্মাদ ৷ আনন্দেৰে ইংৰাজী নৱবৰ্ষক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতিৰে সকলো  সাজু  ৷ অৱশ্যে নতুনক আদৰাৰ হেঁপাহত কোনেও পাহৰিব নোৱাৰে পুৰণিক ৷ আহকচোন আজিৰ এই শেষৰ দিনটোত আমি ঘূৰি চাওঁ ২০২২ৰ চলচ্চিত্ৰ জগতৰ দিনবোৰলৈ ৷

চলচ্চিত্ৰ,টেলিভিছন আৰু ছেলিব্ৰিটি  কনটেণ্টৰ আাটাইতকৈ কৰ্তৃত্বশীল ও জনপ্ৰিয় উৎস আই এম ডি বি ৷ যি প্ৰস্তুত কৰি উলিয়াইছে ২০২২বৰ্ষৰ আটাইতকৈ জনপ্ৰিয় তাৰকাসকলৰ এখন তালিকা ৷ আহকচোন চাওঁ কোন কোন তাৰকাৰ নাম অন্তৰ্ভূক্ত হৈছে এই তালিকাত! তালিকাৰ শীৰ্ষত আছে দাক্ষিণাত্যৰ তাৰকা ধনুষ ৷ দা গ্ৰে মেন আৰু তিৰুচিত্ৰবলমকে ধৰি কেইবাখনো ছবি মুক্তি পোৱাৰ পিছত অভিনেতা জনৰ প্ৰতি আগ্ৰহ বাঢ়িছে ৰাইজৰ ৷ আনহাতে তেওঁৰ পিছতে তালিকাভূক্ত হৈছে বলীউড অভিনেত্ৰী আলিয়া ভাটৰ নাম ৷ আলিয়া অভিনীত গংগুবাই কাথিয়াবাড়ি,ডাৰ্লিংছ আৰু আৰ আৰ আৰ আদি জনপ্ৰিয় ছবিৰ মুক্তিৰ পিছত আলিয়াই চলচ্চিত্ৰ প্ৰেমীৰ অধিক সমাদৰ লাভ কৰিছে ৷ আলিয়াৰ পিছতেই এই জনপ্ৰিয়তাৰ তালিকাত স্থান পোৱা আন আন তাৰকাকেইগৰাকী হ’ল ঐশ্বৰ্য্যৰায় বচ্চন ,ৰামচৰণ তেজা,ৰামচৰণ তেজা,সমান্থা ৰুথ প্ৰভু,ঋত্বিক ৰোশন,কিয়াৰা আদৱানি,এন টি ৰামা ৰাও জুনিয়ৰ ,আলু অৰ্জুন আৰু য়শ ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোক ‘এফাছিয়া’ নামৰ এক যোগাযোগ বিকাৰৰ সন্মূখীন হয়

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোক ‘এফাছিয়া’ নামৰ এক যোগাযোগ বিকাৰৰ সন্মূখীন হয়

ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোক 'এফাছিয়া' নামৰ এক যোগাযোগ বিকাৰৰ সন্মূখীন হয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7