VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

voicedesk by voicedesk
August 10, 2023
in অৰ্থনীতি
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰিজাৰ্ভ বেংকে একেৰাহে তিনিবাৰকৈ সুতৰ হাৰ অপৰিৱৰ্তিত ৰাখিছে ৷ বৰ্তমান ৰেপো ৰেট ৬.৫ শতাংশ ধার্য কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গ্ৰাহকে ঘৰৰ ঋণ, গাড়ী ঋণ বা অন্যান্য ঋণৰ ওপৰত অতিৰিক্ত সুত ভৰিব নালাগিব। মঙলবাৰে ৰিজাৰ্ভ বেংকৰ ছয়জনীয়া অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ দ্বিমাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৃহস্পতিবাৰৰ বৈঠকৰ শেষত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ৰেপো ৰেটত কোনো পৰিৱৰ্তন হোৱা নাই বুলি প্ৰকাশ কৰে ৷

 

অৱশ্যে শক্তিকান্ত দাসে মুদ্ৰাস্ফীতিৰ হাৰক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়  “মে’ মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.৩ শতাংশ। জুন মাহত ই বৃদ্ধি পাইছে। শাক-পাচলিৰ দাম বৃদ্ধিৰ বাবে  জুলাই-আগষ্ট মাহত আৰু অধিক বৃদ্ধি পাব পাৰে মুদ্ৰাস্ফীতিৰ হাৰ। “অৱশ্যে তাৰ পাছত মুদ্ৰাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণলৈ আহিব বুলি আশাবাদী শক্তিকান্ত। মুদ্ৰাস্ফীতি ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে তেওঁ । তেওঁ কয় যে এল নিনো (সাগৰৰ পানীৰ উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা আৰু বাৰিষাৰ কাৰ্যকলাপ) শাক-পাচলিৰ দাম নিয়ন্ত্ৰণৰ বাবে নিৰীক্ষণ কৰা হৈছে।

 

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে বিশ্বৰ অৰ্থনীতি আৰু ৰাজনীতিত বিভিন্ন সংকটৰ মাজতো আন্তৰ্জাতিক অৰ্থনৈতিক বিকাশত ১৫ শতাংশ অৰিহণা যোগাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ সম্ভাৱ্য হাৰ ৫.১ শতাংশৰ পৰা ৫.৪ শতাংশ হ’ব পাৰে বুলি ৰিজাৰ্ভ বেংকে আশংকা কৰিছে ৷দেশৰ এপেক্স বেংকে বিলাহীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি মুদ্ৰাস্ফীতিৰ অন্তৰ্নিহিত কাৰণ হিচাপে দোষাৰোপ কৰে।

 

Previous Post

চলন্ত গাড়ীৰ বনেটত থিয় হৈ ৰিল বনোৱা দুই যুৱকক এক লাখ টকা জৰিমনা বিহিলে আৰক্ষীয়ে

Next Post

ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ বেংগালুৰু- চেন্নাইত বন্ধ ঘোষণা কৰা হ’ল বিদ্যালয়-মহাবিদ্যালয় – কাৰ্যালয়

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ বেংগালুৰু- চেন্নাইত বন্ধ  ঘোষণা কৰা হ’ল বিদ্যালয়-মহাবিদ্যালয় – কাৰ্যালয়

ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ বেংগালুৰু- চেন্নাইত বন্ধ ঘোষণা কৰা হ’ল বিদ্যালয়-মহাবিদ্যালয় - কাৰ্যালয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7