VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক্ৰিকেটৰ পৰা অব্যাহতি লোৱাৰ পাছত দুগ্ধ ব্যৱসায়ৰে লক্ষ লক্ষ টকা আয় কৰিছে এইজন প্ৰাক্তন ক্ৰিকেটাৰে

voicedesk by voicedesk
September 8, 2021
in অৰ্থনীতি, জীৱন, সমাজ
ক্ৰিকেটৰ পৰা অব্যাহতি লোৱাৰ পাছত দুগ্ধ ব্যৱসায়ৰে লক্ষ লক্ষ টকা আয় কৰিছে এইজন প্ৰাক্তন ক্ৰিকেটাৰে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ সফলতম অধিনায়কৰ সকলৰ ভিতৰত যাৰ নাম সকলোতকৈ প্ৰথমে লোৱা হয় তেঁওৰ নাম হৈছে মহেন্দ্ৰ সিং ধোনী। ২০২০ চনত জাতীয় দলক বিদায় জনাইছিল এইগৰাকী ক্ৰিকেটাৰে। ক্ৰিকেটৰ পৰা অব্যাহতি লোৱাৰ পাছত নিজাকৈ ব্যৱসায়ৰ কামত আগবাঢ়িছিল ধোনীয়ে। প্ৰাপ্ত বাতৰি অনুসৰি নতুন ব্যৱসায়ত অভূতপূৰ্ব সফলতা লাভ কৰিছে এই গৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।

উল্লেখ্য যে ৰাঁচিৰ দুগ্ধ বজাৰত আন সকলো ব্যৱসায়ীৰ তুলনাত সকলোতকৈ আগত আছে ধোনীৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰ। ধোনীৰ এই ফাৰ্ম হাউচৰ নাম ইজা ফাৰ্ম হাউচ আৰু গাখীৰৰ ফাৰ্ম হাউচৰ নাম ”Shambo Farm House“ ।

প্ৰাপ্ত তথ্য মতে ধোনীৰ এই ফাৰ্ম হাউচত ১৫০ তকৈ অধিক প্ৰজাতিৰ গৰু আছে। আনহাতে ফাৰ্ম হাউচৰ পৰা ইতিমধ্যে ৫০০ লিটাৰতকৈও অধিক গাখীৰ উৎপাদন হৈছে আৰু এই গাখীৰ বাহিৰত বিক্ৰীও কৰা হৈছে।

কৰ’না মহামাৰীৰ সংক্ৰমণৰ এনে অস্বাভাৱিক সময়ত ফাৰ্মৰ দুগ্ধ মানুহৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থাও কৰা হৈছে। প্ৰাপ্ত তথ্য মতে তিনি ধৰণৰ দুগ্ধ বিক্ৰী হয় ধোনীৰ ফাৰ্মৰ পৰা। ইয়াৰে ভিতৰত হোজন ফ্ৰিজন গাখীৰ প্ৰতি লিটাৰ ৫৫ টকা , সাহিবাল প্ৰজাতিৰ গৰুৰ গাখীৰ প্ৰতি লিটাৰ ৯০ টকা আৰু গুজৰাটৰ গিৰ প্ৰজাতিৰ গৰুৰ গাখীৰ ১৩০ টকা প্ৰতি লিটাৰত বিক্ৰী হয়।

উল্লেখ্য যে ধোনীৰ ফাৰ্মৰ এই গাখীৰৰ মানদণ্ড অতি উন্নত। কোনোধৰণৰ ভেজাল নাই এই গাখীৰত।বহুতো গ্ৰাহকৰ মতে সুন্দৰ পৰিচালনা, পৰিষ্কাৰ-পৰিছন্নতাৰ লগতে কৰ্মচাৰী সকলে একাগ্ৰতাৰে কাম কৰাৰ বাবেই এইদৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে ধোনীৰ এই নতুন ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে।

Previous Post

ধোঁৱাচাঙত গো-সুৰক্ষা আইনঃ সীমান্তৰে সৰবৰাহ শ শ গো-ধন

Next Post

সলনি হ’ব কামৰূপ মেট্ৰো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সলনি হ’ব কামৰূপ মেট্ৰো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা

সলনি হ’ব কামৰূপ মেট্ৰো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7