VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য হ্ৰাস

জানোঁ আহক অন্যান্য মহানগৰ সমূহত ইন্ধনৰ শেহতীয়া মূল্য

voicedesk by voicedesk
May 23, 2022
in অৰ্থনীতি
আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য  হ্ৰাস
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত ৮ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ৬ টকা কৈ আবকাৰী শুল্ক হ্ৰাস কৰাৰ ঘোষণা কৰিছে ৷ এই আবকাৰী শুল্ক হ্ৰাসৰ ফলত দিল্লীত পেট্ৰ’লৰ  মূল্য প্ৰতি লিটাৰত ৯.৫টকা  আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭টকা  হ্ৰাস হ’ব। আবকাৰী হ্ৰাস কাৰ্যকৰী হোৱাৰ পিছত আজিৰ পৰা দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৬.৭২টকা হ’ব ৷ এতিয়ালৈকে  ৰাজধানী চহৰখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ১০৫.৪১টকা ৷ আনহাতে দিল্লীত প্ৰতিলিটাৰ  ডিজেলৰ মূল্য এতিয়া ৯৬.৬৭টকাৰ বিপৰীতে ৮৯.৬২ লিটাৰ হ’ব।

কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ ঘোষণা কৰাৰ এদিন পিছত, মহাৰাষ্ট্ৰ প্ৰশাসনে দেওবাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত মূল্য-সংযোজন কৰ (ভেট) হ্ৰাস কৰে। মহাৰাষ্ট্ৰত পেট্ৰ’লৰ  ভেট প্ৰতি লিটাৰত ২.০৮ টকা হ্ৰাস কৰা হৈছে আৰু ডিজেলত প্ৰতি লিটাৰত ১.৪৪ টকা  হ্ৰাস কৰা হৈছে।

মুম্বাইত আবকাৰী শুল্ক আৰু ভেট  হ্ৰাসৰ পিছত  এক লিটাৰ পেট্ৰ’লৰ মূল্য ১১১.৩৫ আৰু এক লিটাৰ ডিজেলৰ মূল্য হ’ব ৯৭.২৮টকা হ’ব। চেন্নাইত, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০২.৬৫টকা আৰু ৯৪.২৪টকা ৷ কলকাতাত, পেট্ৰ’লৰ মূল্য ১০৬.০৩টকা আৰু ডিজেলৰ মূল্য ৯২.৭৬। বেংগালুৰুত, এক লিটাৰ পেট্ৰ’লৰ মূল্য ১০১.৯৪ হ’ব আৰু এক লিটাৰ ডিজেলৰ মূল্য ৮৭.৮৯ হ’ব। আনহাতে গুৰুগ্ৰামত   এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৮১টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৯০.০৫টকা ।

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক আৰোপ কৰে। দেশৰ  প্ৰতিখন ৰাজ্যৰ সৈতে পেট্ৰ’লৰ  ভেটো পৃথক হয়। যিহেতু কেন্দ্ৰই ডিজেল আৰু পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে সেয়ে ৰাজ্যসমূহৰ  ভেট স্বয়ংক্ৰিয়ভাৱে হ্ৰাস হয়।কেন্দ্ৰই বহুবাৰ ৰাজ্যসমূহক, বিশেষকৈ অ-বিজেপি শাসিত ৰাজ্যসমূহক পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে, কিন্তু ৰাজ্যসমূহে তেনে কৰা নাছিল।

চৰকাৰৰ মুদ্ৰাস্ফীতি ব্যৱস্থাপনা বিৰোধী দল আৰু অৰ্থনীতিবিদসকলৰ দ্বাৰা সমালোচিত হোৱাৰ পিছত এই পদক্ষেপ লোৱা হৈছিল। ইন্ধনৰ পৰা পাচলি আৰু ৰন্ধন তেললৈকে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ডব্লিউপিআই বা পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি এপ্ৰিলত ১৫.০৮ শতাংশৰ অভিলেখ উচ্চতালৈ ঠেলি দিছিল আৰু খুচুৰা মুদ্ৰাস্ফীতি প্ৰায় আঠ বছৰৰ সৰ্বোচ্চ ৭.৭৯ শতাংশলৈ লৈ গৈছিল।

 

Previous Post

ধাৰাষাৰ বৰষুণৰ পিছত দেশৰ ৰাজধানী দিল্লীত গুৰগাঁৱত কৃত্ৰিম বান

Next Post

দুদিন কাৰাগাৰাত থাকিয়েই অসুস্থ নৱজোৎ সিং সিদ্ধু, বিচাৰিলে বিশেষ খাদ্য

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
দুদিন কাৰাগাৰাত থাকিয়েই অসুস্থ নৱজোৎ সিং সিদ্ধু, বিচাৰিলে বিশেষ খাদ্য

দুদিন কাৰাগাৰাত থাকিয়েই অসুস্থ নৱজোৎ সিং সিদ্ধু, বিচাৰিলে বিশেষ খাদ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7