VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গ্ৰাহকসকলৰ সুবিধাৰ্থে পাঞ্জাব নেচনেল বেংকৰ হোৱাটছএপ বেংকিং সেৱা

২৪ঘণ্টাই উপলব্ধ হ’বলগীয়া হোৱাটছএপ বেংকিঙৰ জৰিয়তে গ্ৰাহকসকলে লাভ কৰিব বেংকৰ বিভিন্ন সুবিধা

voicedesk by voicedesk
October 6, 2022
in অৰ্থনীতি
গ্ৰাহকসকলৰ সুবিধাৰ্থে পাঞ্জাব নেচনেল বেংকৰ হোৱাটছএপ বেংকিং সেৱা
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

আৰম্ভ হ’ল পাঞ্জাব নেচনেল বেংকৰ হোৱাটছএপ বেংকিং সেৱা  ৷দেশৰ ভিতৰতে এক আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান পাঞ্জাব নেচনেল বেংকে এইবাৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে আগবঢ়াইছে হোৱাটছএপ বেংকিং সেৱা ৷ তেওঁলোকে জানিবলৈ দিয়া মতে ২৪ঘণ্টাই উপলব্ধ হ’বলগীয়া হোৱাটছএপৰ এই সুবিধাৰ জৰিয়তে গ্ৰাহকসকলে বেংকৰ বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷ উল্লেখযোগ্য যে পাঞ্জাব নেচনেল বেংকত একাউণ্ট নথকা লোকসকলেও ইয়াৰ যোগেদি বেংক প্ৰতিষ্ঠানটোৰ বিভিন্ন আঁচনি আৰু ঋণ সম্পৰ্কীয় বিভিন্ন তথ্য লাভ কৰিব পাৰিব ৷ অৱশ্যে এই সেৱা লাভ কৰিবৰ বাবে গ্ৰাহক সকলে নিজৰ হোৱাটছএপ নম্বৰৰ পৰা ‘Hi’ লিখি ৯১৯২৬৪০৯২৬৪০ নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব ৷ এই নম্বৰত বাৰ্তা প্ৰেৰণ কৰাৰ লগে লগেই তেওঁলোকে এখন মেনু দেখা পাব আৰু ইয়াৰ পৰা তেওঁলোকে নিজৰ পছন্দ অনুযায়ী সেৱা বাছনি কৰিব পাৰিব ৷

আনহাতে হোৱাটছএপৰ পাঞ্জাবনেছনেল বেংকৰ এই একাউণ্টৰ  সত্যতা পৰীক্ষণৰ বাবেও  গ্ৰাহকসকলক সতৰ্ক হ’বলৈ আহ্বান জনাইছে বেংক প্ৰতিষ্ঠানটোৱে ৷ হোৱাটছএপত পাঞ্জাব নেছনেল বেংকৰ প্ৰফাইল নাম আৰু গ্ৰীন টিক  দেখাৰ পিছতহে গ্ৰাহক সকলক এইক্ষেত্ৰত আগবাঢ়িবলৈ পৰামৰ্শ দিছে  বেংক প্ৰতিষ্ঠানটোৱে ৷

অৱশ্যে পাঞ্জাব নেছনেল বেংকে  হোৱাটছএপ যোগে গ্ৰাহকসকললৈ এই সেৱা আগবঢ়াবৰ বাবে এনে পদক্ষেপ লোৱাৰ আগতেও ভাৰতীয় ষ্টেট বেংক আৰু এইচ ডি এফ চি বেংকেও হোআটছএপ বেংকিং সেৱা আগবঢ়াইছিল ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

সকলো মোহ মায়া এৰি কিয় পৰ্বতলৈ গুছি গৈছিল অভিনেতা সঞ্জয় মিশ্ৰ ?

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
সকলো মোহ মায়া  এৰি কিয় পৰ্বতলৈ গুছি গৈছিল অভিনেতা সঞ্জয় মিশ্ৰ ?

সকলো মোহ মায়া এৰি কিয় পৰ্বতলৈ গুছি গৈছিল অভিনেতা সঞ্জয় মিশ্ৰ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7