VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোনটো কছমেটিকছ কোম্পানীত বিনিয়োগ কৰিলে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ?

প্ৰতিষ্ঠানটোৱে বছৰি বিক্ৰী কৰি আহিছে প্ৰায় ৫৫০কোটি টকাৰ সামগ্ৰী

voicedesk by voicedesk
September 6, 2022
in অৰ্থনীতি
কোনটো কছমেটিকছ কোম্পানীত বিনিয়োগ কৰিলে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ?
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ৰ এটি জনপ্ৰিয়  সৌন্দৰ্য পৰিচৰ্যা ব্ৰেণ্ড ছুগাৰ কছমেটিকছত এইবাৰ বিনিয়োগ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ৷ অৱশ্যে প্ৰতিষ্ঠানটোত  নিৰ্দিষ্ট পৰিমানৰ ধন বিনিয়োগ কৰাৰ উপৰিও প্ৰতিষ্ঠানটোৰ প্ৰচাৰৰ সৈতেও ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ থাকিব অভিনেতা গৰাকী ৷

এই সন্দৰ্ভত  ছুগাৰ প্ৰসাধনৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিনীতা সিঙে ৰণবীৰক ছুগাৰ পৰিয়াললৈ স্বাগতম জনাই কয় যে তেওঁলোক যথেষ্ট  আনন্দিত। ছুগাৰ হৈছে সাহসী, স্বতন্ত্ৰ মহিলাসকলৰ পছন্দৰ মেকআপ ৷ আনহাতে  ৰণবীৰৰ দৰে সাহসী, বিচিত্ৰ আৰু জীৱন্ত ব্যক্তিত্বৰ অংশীদাৰীত্বই  এক প্ৰতিষ্ঠানটোক অধিক উপযুক্ত কৰি তুলিব ৷

আনহাতে প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে বলীউড অভিনেতা গৰাকীৰ বিনিয়োগৰ ফলত আন সাম্ভাব্য বজাৰ সমূহত ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰাত সহায়ক হ’ব ছুগাৰ কছমেটিকছৰ ৷ উল্লেখনীয় যে চিৰিজ দি পুঁজি সংগ্ৰহৰ প্ৰক্ৰিয়াত প্ৰতিষ্ঠানটোৱে  এল কেটাৰণৰ পৰা ৫০নিযুট ডলাৰৰ পুঁজি সংগ্ৰহ কৰাৰ পিছতে সৌন্দৰ্য পৰিচৰ্যা খণ্ডৰ এই প্ৰতষ্ঠানটোৱে ৰণবীৰ সিঙৰ পৰা বিনিয়োগ লাভ কৰিবলৈ সক্ষম হয় ৷

আজিৰ পৰা মাত্ৰ কেইটামান বছৰৰ আগতে ২০১৫চনত প্ৰতিষ্ঠা লাভ কৰা ছুগাৰ কছমেটিকছ প্ৰতিষ্ঠানটোৱে বছৰি প্ৰায় ৫৫০কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি আহিছে ৷

Previous Post

চাহ শ্ৰমিক সকলৰ পৰম্পৰাগত উৎসৱ কৰম পূজা

Next Post

৫০০০ গাড়ী চুৰি , ৩ গৰাকী পত্নী- হিচাপবিহীন ধন-সম্পত্তিৰ অধিকাৰী দেশৰ আটাইতকৈ ডাঙৰ চোৰটো, উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনলৈয়ো যোগান ধৰে অস্ত্ৰ-শস্ত্ৰ

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
৫০০০  গাড়ী চুৰি , ৩ গৰাকী পত্নী- হিচাপবিহীন ধন-সম্পত্তিৰ অধিকাৰী দেশৰ আটাইতকৈ ডাঙৰ চোৰটো, উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনলৈয়ো যোগান ধৰে অস্ত্ৰ-শস্ত্ৰ

৫০০০ গাড়ী চুৰি , ৩ গৰাকী পত্নী- হিচাপবিহীন ধন-সম্পত্তিৰ অধিকাৰী দেশৰ আটাইতকৈ ডাঙৰ চোৰটো, উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনলৈয়ো যোগান ধৰে অস্ত্ৰ-শস্ত্ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7