VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চেকৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়মঃ পঢ়ক আৰু জানক

voicedesk by voicedesk
August 13, 2021
in অৰ্থনীতি, সমাজ
চেকৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়মঃ পঢ়ক আৰু জানক
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) চেকৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰিছে  কিছু নতুন নিয়ম। এই নিয়ম কাৰ্যকৰী কৰা হৈছে চলিত মাহৰ ১ তাৰিখৰ পৰা।

প্ৰাপ্ত তথ্য মৰ্মে এতিয়াৰে পৰা ২৪ ঘন্টা বাল্ক ক্লিয়াৰিঙৰ সুবিধা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে। উল্লেখ্য যে আগষ্টৰ পৰা নেচনেল অট’মেটেড ক্লিয়াৰিং হাউচ (National Automated Clearing House) দিনে ২৪ ঘন্টাই কাৰ্যকৰী হৈ থাকিব।

ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়া মতে যিহেতু  NACH  সপ্তাহৰ আটাইকেইটা দিনতেই কাৰ্যকৰী হৈ থাকিব , গতিকে চেকৰ মাধ্যমেৰে টকা যোগান ধৰা কাৰ্যত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব প্ৰতিজন গ্ৰাহকে।

উল্লেখযোগ্য যে সঘনাই বাল্ক ক্লিয়াৰিং হোৱাৰ বাবে বন্ধৰ দিনাও টকাৰ লেনদেন হ’ব পাৰে। সেইবাবে চেকত চহী কৰাৰ আগতে বা চেক ভঙোৱাৰ আগতে বেংক একাউন্টত পৰ্যাপ্ত টকা আছে নে নাই সেই কথা পৰীক্ষা কৰোৱা দৰকাৰ।অন্যথা চেক বাউন্স হ’ব পাৰে যাৰ ফলত জৰিমণাও ভৰিব লগীয়া হ’ব পাৰে।

ৰিজাৰ্ভ বেংকে অধিক পৰিমাণৰ টকাৰ ক্ষেত্ৰটো এক নতুন নিয়ম প্ৰযোজ্য কৰিছে। প্ৰাপ্ত তথ্য মতে ৫০ হাজাৰ বা তাতোকৈ অধিক টকাৰ ক্ষেত্ৰত চেকৰ সবিশেষ যেনে- চেকৰ নম্বৰ, চেকৰ তাৰিখ, প্ৰদানকাৰীৰ নাম , বেংক একাউন্ট নম্বৰ, টকাৰ পৰিমাণ আৰু অন্যান্য বিৱৰণ গ্ৰাহকে নিশ্চিত কৰি জনাব লাগিব। তেনে কৰিলেহে নগদ হিচাপে বা একাউন্টত প্ৰয়োজনীয় টকা পোৱা যাব।

আনহাতে গ্ৰাহকে যদি ফোনৰ জৰিয়তে এই তথ্য নিশ্চিত নকৰে তেন্তে চেক মুকলি কৰি দিয়া নহ’ব। উল্লেখ্য যে ৰিজাৰ্ভ বেংকে চলিত বৰ্ষৰ জানুৱাৰী মাহতেই এই “পজিটিভ পে চিষ্টেম”ৰ বিষয়ে ঘোষণা কৰিছিল।

Previous Post

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সমান্তৰালকৈ কৰ’না ৰোধত সহায় কৰা গাজৰ ৰসৰ উপকাৰীতা

Next Post

পুৰস্কাৰৰ বিনিময়ত নীৰজ চোপ্ৰাই পৰিশোধ কৰিব লাগিব বৃ্হৎ পৰিমাণৰ কৰ

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পুৰস্কাৰৰ বিনিময়ত নীৰজ চোপ্ৰাই পৰিশোধ কৰিব লাগিব বৃ্হৎ পৰিমাণৰ কৰ

পুৰস্কাৰৰ বিনিময়ত নীৰজ চোপ্ৰাই পৰিশোধ কৰিব লাগিব বৃ্হৎ পৰিমাণৰ কৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7