VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাগিচাৰ শ্ৰমিকে কৰিব পাৰিব এম জি এনৰেগাৰ কাম, অসম বিধানসভাত মুখ্যমন্ত্ৰীৰ ঘোষণা

voicedesk by voicedesk
July 16, 2021
in অৰ্থনীতি
বাগিচাৰ শ্ৰমিকে কৰিব পাৰিব এম জি এনৰেগাৰ কাম, অসম বিধানসভাত মুখ্যমন্ত্ৰীৰ ঘোষণা
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে  সুখবৰ । মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত ঘোষণা কৰে যে চাহ বাগিচাৰ কৰ্মীসকলে এতিয়াৰপৰা বাগিচাত কাম কৰাৰ লগতে এম জি এনৰেগাৰ কাম কৰাৰ সুযোগ লাভ কৰিব । শ্ৰমিকসকলে এনৰেগাৰ কাম কৰিলে দৈনিক ২১৮ টকাকৈ হাজিৰা লাভ কৰিব পাৰিব বুলি বিধানসভাত সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দৈনিক জনমভূমি কাকতৰ এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা হয় এই কথা ।

উল্লেখ্য যে এম জি এনৰেগা আঁচনিৰ অধীনত বাগিচাৰ শ্ৰমিক সকলে চোম গছ , চন্দন গছ আদি ৰূপণৰ জৰিয়তে স্বাবলম্বী হ’ব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । কাকতখনত উল্লেখ কৰামতে মুখ্যমন্ত্ৰীয়ে কৰ্ম-সংস্কৃতি গঢ়ি তোলাত সকলোকে গুৰুত্ব দিবলৈ তথা ব্যস্ত হ’বলৈ আহ্বান জনায় । লগতে তেঁও কয় যে এইবাৰ বাজেটত কৰ্ম-সংস্কৃতি গঢ়ি তুলিব পৰা বহুতো দিশ স্পষ্ট হ’ব ।

মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও ব্যক্ত কৰে যে প্ৰতিতো সমষ্টিত নাৰ্ছ , ড্ৰাইভাৰ , মিস্ত্ৰী আদিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব । পৰিবহণ  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰায় ৫০০০ যুৱকক ড্ৰাইভাৰৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কাকতত দিয়া প্ৰতিবেদন অনুসৰি অনাগত পাঁচ বছৰত গাখীৰ , মাছ ,গাহৰি আদিৰ জৰিয়তে অসম স্বাবলম্বী হোৱাৰ ৰূপৰেখা বাজেটত দেখিবলৈ পোৱা  যাব বুলি উল্লেখ কৰে তেওঁ । আনহাতে এম জি এনৰেগাৰ ধনেৰে ৰাজহুৱা পুখুৰী খন্দাৰ কামো আৰম্ভ হ’ব বুলি উল্লেখ কৰা হয় । উল্লেখ্য যে বিধায়ক সকলক একোটা সমষ্টিক স্কীল কেপিটেল হিচাপে গঢ়ি তুলিবলৈকো আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

কাকতখনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই  বিধানসভাৰ ৩০১ অধিনিয়মৰ অধীনত ৰাজ্যত কৰ্ম-সংস্কৃতি  গঢ়ি তোলাৰ ক্ষেত্ৰত  ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক আহ্বান জনায়।

Previous Post

কাৰাবন্দীক শীঘ্ৰেই ভেকচিন প্ৰদান কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

Next Post

আৰক্ষীৰ ‘এনকাউন্টাৰে’ ব্যাঘাত জন্মাব শান্তি প্ৰক্ৰিয়াত : আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
আৰক্ষীৰ ‘এনকাউন্টাৰে’  ব্যাঘাত জন্মাব  শান্তি প্ৰক্ৰিয়াত :  আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

আৰক্ষীৰ ‘এনকাউন্টাৰে’ ব্যাঘাত জন্মাব শান্তি প্ৰক্ৰিয়াত : আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7