VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিয় বন্ধ হৈ পৰিল ‘ষ্টেট বেংক অৱ ইণ্ডিয়া’ৰ নেট বেংকিঙকে ধৰি বহু সেৱা ?

নেট বেংকিঙৰ উপৰিও হ্ৰাস পাইছে ইউ পি আই আৰু য়ুনো এপৰ সেৱা

voicedesk by voicedesk
April 3, 2023
in অৰ্থনীতি
কিয় বন্ধ হৈ পৰিল  ‘ষ্টেট বেংক অৱ ইণ্ডিয়া’ৰ নেট বেংকিঙকে ধৰি বহু সেৱা ?
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে পুৱাৰে পৰা বন্ধ হৈ পৰিছে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ‘ষ্টেট বেংক অৱ ইণ্ডিয়া’ৰ নেট বেংকিঙকে ধৰি বহু সেৱা । সেয়েহে ফাণ্ড ট্ৰেন্সফাৰত সন্মুখীন হোৱা সমস্যাৰ অভিযোগ উত্থাপন কৰিছে বহু ব্যৱহাৰকাৰীয়ে। অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোৰ নেট বেংকিং সেৱাৰ উপৰিও হ্ৰাস পাইছে ইউ পি আই আৰু য়ুনো এপৰো সেৱা ।

এই সন্দৰ্ভত ক্ৰেডিট কাৰ্ডৰ ধন পৰিশোধ বন্ধ হোৱা বুলিও টুইটাৰ যোগে অভিযোগ উত্থাপন কৰিছে বহু গ্ৰাহকে।আনহাতে একে সময়তে বেংকৰ ৱেবছাইটত এটা ভুল বাৰ্তা দেখা গৈছে ৷ য’ত লিখা আছে যে বেংকৰ চাৰ্ভাৰত কিবা এটা ভুল হৈছিল সেয়েহে যাতে গ্ৰাহক সকলে পুনৰ চেষ্টা অব্যাহত ৰাখে। ইফালে বিশ্বজুৰি চাৰ্ভাৰৰ সমস্যা অনুসৰণ কৰা ৱেবছাইট ডাউনডিটেক্টৰেও এছ বি আইৰএই সমস্যাৰ বিষয়ে জনাইছে। দেওবাৰেও ৱেবছাইটটোত একেধৰণৰ সমস্যা দেখা গৈছিল।

উল্লেখনীয় যে এজন ব্যৱহাৰকাৰীয়ে টুইট কৰি লিখিছে যে  যোৱা ৩২ ঘণ্টা ধৰি কাম কৰা নাই এছ বি আইৰ পেমেণ্ট গেটৱেএ।অৱশ্যে গ্ৰাহকসকলৰ এই সমস্যা সন্দৰ্ভত বেংকটোৱে ব্যৱহাৰকাৰীসকলক পুনৰ চেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। লগতে এছ.বি.আইয়ে নিজৰ অফিচিয়েল একাউণ্টৰ পৰা টুইট কৰি এই কথা লিখিছে যে গ্ৰাহকসকলৰ ওচৰত এই অসুবিধাৰ বাবে  তেওঁলোক  ক্ষমা প্ৰাৰ্থী। গতিকে তেওঁলোকক অনুৰোধ কৰা হৈছে যে তেওঁলোকে যেন পুনৰ চেষ্টা কৰে আৰু সমস্যা থাকিলে পুনৰ তেওঁলোকক অৱগত কৰে ৷

গুৰুত্বপূৰ্ণ কথা হ’ল যে বাৰ্ষিক বন্ধৰ কাৰ্যকলাপৰ বাবেই ১ এপ্ৰিলত প্ৰায় ৩ ঘণ্টাৰ বাবে বেংকে বন্ধ কৰি দিছিল ইয়াৰ বিভিন্ন সেৱাসমূহ। অৱশ্যে বেংক প্ৰতিষ্ঠানটোৱে  এতিয়াও আনুষ্ঠানিকভাৱে এই বিষয়টো স্বীকাৰ কৰা নাই। বেংক প্ৰতিষ্ঠানটোৰ মতে এই সমস্যা সন্দৰ্ভত এতিয়ালৈকে গ্ৰাহকেও দিয়া নাই কোনো তথ্য।

User reports indicate State Bank of India (SBI) is having problems since 9:19 AM IST. https://t.co/jchuWT1qKY RT if you're also having problems #StateBankofIndia(SBI)down

— Down Detector India (@DownDetectorIN) April 3, 2023

Previous Post

১৫০ বছৰলৈ জীয়াই থাকিব মানুহ ! গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য

Next Post

‘ইনছাফ কা ব্ৰেণ্ড হ্যে’! চিবিআইক প্ৰশংসা কৰি মোদীয়ে ক’লে- পঞ্চায়তত দুর্নীতি হ’লেও ৰাইজে মনত পেলায় চিবিআইক

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
‘ইনছাফ কা ব্ৰেণ্ড হ্যে’! চিবিআইক প্ৰশংসা কৰি মোদীয়ে ক’লে- পঞ্চায়তত দুর্নীতি হ’লেও ৰাইজে মনত পেলায় চিবিআইক

'ইনছাফ কা ব্ৰেণ্ড হ্যে'! চিবিআইক প্ৰশংসা কৰি মোদীয়ে ক’লে- পঞ্চায়তত দুর্নীতি হ’লেও ৰাইজে মনত পেলায় চিবিআইক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7