VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পোহনীয়া জন্তুৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ ভাৰতত ‘ডাইছন’ৰ ‘পেট গ্ৰুম কিট’

কেনেকৈ,ক'ৰ পৰা  গ্ৰাহক সকলে ক্ৰয় কৰিব পাৰিব এই 'পেট গ্ৰুম কিট’ ?

voicedesk by voicedesk
November 22, 2022
in অৰ্থনীতি
পোহনীয়া জন্তুৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ ভাৰতত ‘ডাইছন’ৰ ‘পেট গ্ৰুম কিট’
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

আমাৰ মাজৰ বহুতেই জীৱ-জন্তু ভাল পায়৷  বহুতেই আকৌ  নিজৰ ঘৰতেই জীৱ-জন্তু পোহে ৷ বিশেষকৈ কুকুৰ আৰু মেকুৰী বেছিভাগ মানুহৰ ঘৰতেই দেখা যায় যি একোটা পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰে ৷ অৱশ্যে আজিকালি বিশ্বৰ নামী-দামী প্ৰজাতিৰ বিদেশী কুকুৰ পালন কৰাটো  সম্ভ্ৰান্ত লোক সকলৰ বাবে এক ট্ৰেণ্ড হৈ পৰা যেন অনুভূত হয় ৷কিন্তু এই জীৱ-জন্তু সমূহৰ পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰত ইহঁতৰ গৰাকী সমূহ কেতিয়াবা হতাশ হোৱা দেখা যায় ৷ সেয়েহে তেনে বহু সমস্যাৰ অন্ত পেলাই ‘ডাইছন’নামৰ এটা প্ৰতিষ্ঠানে  ভাৰতত মুকলি কৰিলে পোহনীয়া জীৱ-জন্তুৰ নোম নাইবা চুলি পৰিষ্কাৰ কৰিব পৰা এক বিশেষ ধৰণৰ ভেকুৱাম যন্ত্ৰ৷

এই পোহনীয়া জন্তুবোৰৰ  মালিকৰ জীৱন সহজ কৰি তুলিবলৈ শেহতীয়াকৈ  ডাইছনে মুকলি কৰিছে এই ‘পেট গ্ৰুম কিট’টো যাক পোহনীয়া জন্তু এটাৰ  মধ্যমীয়া দৈৰ্ঘ্যৰ  নোমৰ পৰা  দীঘল আৰু   লেতেৰা  নোম পৰিষ্কাৰ কৰিবলৈকে ডিজাইন কৰা হৈছে  । এই   কিটটোত আছে এটা  এডাপ্টাৰ আৰু এডাল এক্সটেনচন কৰ্ড  ৷ আনহাতে ইয়াৰ ব্ৰাছটোত আছে ৩৬৪টা স্লিকাৰ ব্ৰিষ্টল  যিটো উলম্ব অৱস্থাত ৩৫ ডিগ্ৰী কোণত ঘুৰাব পাৰি  যিয়ে  ব্ৰাছডাল ব্যৱহাৰ কৰাৰ সময়ত ব্যৱহাৰকাৰীক  যথেষ্ট সহায় কৰে ৷

কোম্পেনীটোৰ মতে  ইয়াৰ ব্ৰাছ বাৰ ডালৰ আকৃতি শঙ্কুৰ দৰে যিয়ে ইয়াৰ চাৰিওফালে চুলি মেৰিয়াই নোযোৱাত সহায় কৰে। লগতে নতুন ব্ৰাছ বাৰটোত ৫৬টা হেয়াৰ ৰিমুভেল ভেন আছে, যিয়ে পৰিষ্কাৰ মূৰৰ সকলো চুলি সংগ্ৰহ কৰাত সহায় কৰে।এই ব্ৰাছ ভেকুৱাম অন নকৰাকৈও ব্যৱহাৰ কৰিব পাৰি যদিও চুলিখিনি টানি নিবলৈ ইয়াৰ ভেকুৱামটো পাৱাৰ অন কৰিব লাগিব। কোম্পানীটোৱে দাবী কৰিছে যে এই সঁজুলিটোৱে চুলি ব্ৰাছ কৰাৰ উপৰিও মৃত ছালৰ টুকুৰাও পৰিষ্কাৰ কৰিব পাৰে।

উল্লেখনীয় যে এই কৰ্ডলেছ পোহনীয়া জন্তুৰ গ্ৰুমিং কিটটো  ‘ডাইছন’ৰ ৱেবছাইট আৰু ডেমো ষ্ট’ৰৰ পৰা  গ্ৰাহক সকলে ৯৯০০ টকাত কিনিব পাৰিব বুলি জানিবলৈ দিছে কোম্পেনীটোৱে ।

Previous Post

প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাক ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰে : কোনে প্ৰকাশ কৰিলে এই তথ্য

Next Post

অসমীয়া সমাজ জীৱনত কলপাতৰ ভূমিকা

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
অসমীয়া সমাজ জীৱনত কলপাতৰ ভূমিকা

অসমীয়া সমাজ জীৱনত কলপাতৰ ভূমিকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7