অসমত সোণক এক উৎকৃষ্ট বিনিয়োগৰ সুযোগ হিচাপে গণ্য কৰা হয়, যাৰ ফলত দেৱালী আৰু ধনতেৰাছৰ দৰে উৎসৱৰ সময়ছোৱাত গ্ৰাহকসকলে ইয়াক এক প্ৰিয় ধাতু হিচাপে ক্ৰয় কৰে। জানোচোন আহক সমগ্ৰ অসমৰ অৰ্থনৈতিক ব্যৱস্থাক প্ৰভাৱান্বিত কৰা এই হালধীয়া ধাতুৰ বৰ্তমান সময়ত অসমত মূল্য কিমান ৷ অসমৰ প্ৰধান চহৰ সমূহত কিমান দামত গ্ৰাহক সকলে বৰ্তমান ক্ৰয় কৰিছে সোণ ?
আজি অসমত ২২কেৰেট আৰু ২৪কেৰেট সোণৰ মূল্য হৈছে –
মানক সোণ (২২ কেৰেট) প্ৰতি ১ গ্ৰামৰ মূল্য হৈছে – ৪৮৬০টকা
আনহাতে মানক সোণ (২২ কেৰেট ) প্ৰতি ৮ গ্ৰামৰ মূল্য হৈছে -৩৮,৮৮০টকা
অসমত বিশুদ্ধ সোণ (২৪ কেৰেট) প্ৰতি ১গ্ৰাম সোণৰ মূল্য -৫১০৩টকা
বিশুদ্ধ সোণ (২৪ কেৰেট) প্ৰতি ৮ গ্ৰামৰ মূল্য -৪০,৮২৪টকা
অসমৰ দুখন মুখ্য চহৰত সোণৰ মূল্য হৈছে –
গুৱাহাটী মহানগৰীত আজি প্ৰতি ১০ গ্ৰাম (২২কেৰেট)সোণৰ মূল্য- ৪৮,৭৫০ টকা
আনহাতে যোৰহাটতো গুৱাহাটীৰ সৈতে একেই হৈ আছে প্ৰতি ১০ গ্ৰাম (২২কেৰেট) সোণৰ মূল্য ৷ যোৰহাটতো আজি প্ৰতি ১০ গ্ৰাম (২২কেৰেট) সোণৰ মূল্য হৈছে -৪৮,৭৫০টকা ৷