VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ ইয়ামাহাই নতুনকৈ সজাই পৰাই তুলিছে আৰ এক্স হাণ্ড্ৰেডক

নতুন ৰূপত পুনৰ প্ৰত্যাৱৰ্তন কৰিব আৰ এক্স হাণ্ড্ৰেডে

voicedesk by voicedesk
December 29, 2022
in অৰ্থনীতি
এইবাৰ ইয়ামাহাই নতুনকৈ সজাই পৰাই তুলিছে আৰ এক্স হাণ্ড্ৰেডক
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

আজিৰ সময়ত বাইকৰ প্ৰতি  আগ্ৰহী প্ৰতিজন ব্যক্তিয়েই  হয়তো এই কথা জানে যে  আজিৰ পৰা  বহু বছৰ আগতেই বন্ধ হৈ গৈছিল ইয়ামাহা আৰ এক্স হাণ্ড্ৰেড  নামৰ এই মটৰ চাইকেল খন  । ইয়ামাহা আৰ এক্স হাণ্ড্ৰেড ( RX100) যি সেই সময়ত  এটা  নাম হৈ পৰিছিল ৷ তথাপি  এই বাইকখন  ভাৰতত  বন্ধ কৰিবলগীয়া হৈছিল।কিন্তু ইয়ামাহা আৰ এক্স হাণ্ড্ৰেড ভালপোৱা সকলৰ বাবে এক সুখবৰ যে  এই বিশেষ মটৰচাইকেল খনক আজিও কোম্পানীটোৱে পাহৰি যোৱা নাই আৰু  এইবাৰ ইয়ামাহাই   আৰ এক্স হাণ্ড্ৰেড ( RX100) ক নতুনকৈ সজাই পৰাই লোৱাৰ বাবে  কাম ইতিমধ্যেই আৰম্ভ  কৰিছে।

ইয়ামাহা ইণ্ডিয়াৰ অধ্যক্ষ ইশ্বিন চিহানাই প্ৰকাশ কৰা মতে অতি শীঘ্ৰেই  আৰ এক্স হাণ্ড্ৰেড (RX 100) য়ে পুনৰ প্ৰত্যাৱৰ্তন কৰিব। সেয়েহে কোম্পানীটোৱে ইচ্ছাকৃতভাৱেই আৰ এক্স হাণ্ড্ৰেড ( RX100) নামটো এতিয়ালৈকে আন কোনো বাইকৰ সৈতে সংলগ্ন কৰা নাছিল কাৰণ কোম্পানীয়ে মটৰচাইকেল খন ঘূৰাই অনাৰ পৰিকল্পনা কৰিছিল। কিন্তু এই কথাও অতি স্পষ্ট যে বি এছ ৬ পৰ্যায় ২ (BS6 Phase 2) নিৰ্গমন নীতিৰ বাবে কোম্পানীটোৱে  অ’জি আৰ এক্স১০০ৰ ২ ষ্ট্ৰ’ক ইঞ্জিন ঘূৰাই আনিব নোৱাৰে । শেহতীয়াকৈ প্ৰকাশ পোৱা সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি ইয়ামাহাই নতুন আৰ এক্স ১০০ ( RX100) ৰ বাবে এটা ডাঙৰ ইঞ্জিনৰ কথা চিন্তা কৰিছে।

ইয়ামাহা ইণ্ডিয়াৰ অধ্যক্ষগৰাকীয়ে কয় যে আৰ এক্স ১০০ (RX100) ৰ ডিজাইন, শব্দ আৰু পৰিবেশনৰ বাবে ভাৰতীয়ৰ মাজত ই অতি জনপ্ৰিয়।  আগন্তুক ইয়ামাহা আৰ এক্স ১০০ (RX100) ত ১০০চিচি (100cc) ইঞ্জিন নহয় বৰঞ্চ ডাঙৰ ইঞ্জিন লগোৱা হ’ব। অৱশ্যে ইয়াত কোনটো ইঞ্জিন লগোৱা হ’ব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বৰ্তমান ইয়ামাহাৰ স্কুটাৰ ৰেঞ্জত ১২৫ চিচি ইঞ্জিন আছে। ইয়াৰ উপৰিও ইয়াত আছে ১৫০ চিচি আৰু ২৫০ চিচি ইঞ্জিন। ইয়াৰে যিকোনো এটা ইঞ্জিনহে ব্যৱহাৰ কৰিব পাৰি। আশা কৰা হৈছে যে মটৰচাইকেলখনত ১২৫ চিচি ইঞ্জিন বা ১৫০ চিচি ইঞ্জিন ব্যৱহাৰ কৰা হ’ব। কিন্তু যদি কোম্পানীটোৱে আৰ এক্সৰ আইকনিক নামেৰে ৰয়েল এনফিল্ডক লক্ষ্য কৰি ল’ব বিচাৰে, তেন্তে ই ২৫০চিচি ইঞ্জিনটোও ব্যৱহাৰ কৰিব পাৰে, যাতে ই ৰয়েল এনফিল্ডৰ ৩৫০চিচি ৰেঞ্জৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে। কাৰণ ৰয়েল এনফিল্ডৰ  তুলনাত পূৰ্বতে আৰ এক্স ১০০ (RX100) বাইকখনে অধিক লোকক আকৰ্ষণ কৰিছিল। অৱশ্যে মটৰচাইকেলখন উন্মোচনৰ বাবে এতিয়াও কিছু সময় আছে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে ২০২৬ চনৰ ভিতৰত এই নতুন মটৰচাইকেলখন  মুকলি কৰিব পাৰিব।

Previous Post

ভাৰতত নির্মিত কফ ছিৰাপ সেৱন কৰি উজবেকিস্তানে ১৮টা শিশুৰ মৃত্যুৰ অভিযোগ , আৰম্ভ হৈছে তদন্ত

Next Post

আপুনি কেনেকুৱা চাহপাত ব্যৱহাৰ কৰে? গুড়ি নে পাত চাহপাত !! কোনবিধ চাহ সেৱন কৰাটো বেছি উপকাৰী জানেনে?

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
আপুনি কেনেকুৱা চাহপাত ব্যৱহাৰ কৰে? গুড়ি নে পাত চাহপাত !! কোনবিধ চাহ সেৱন কৰাটো বেছি উপকাৰী জানেনে?

আপুনি কেনেকুৱা চাহপাত ব্যৱহাৰ কৰে? গুড়ি নে পাত চাহপাত !! কোনবিধ চাহ সেৱন কৰাটো বেছি উপকাৰী জানেনে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7