VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিকি-কেটৰিনাক দিয়া উপহাৰৰ দাম শুনিলে আপুনিও হৈ পৰিব আচৰিত !

voicedesk by voicedesk
December 14, 2021
in মনোৰঞ্জন, মুখ্য সংবাদ
বিকি-কেটৰিনাক দিয়া   উপহাৰৰ দাম শুনিলে আপুনিও   হৈ পৰিব আচৰিত !
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ দুই তাৰকা বিকি কৌশল আৰু কেটৰিনা কাঈফৰ ৰাজস্থানত অনুষ্ঠিত ব্য়য়বহুল  বিবাহ অনুষ্ঠানক লৈ চর্চা এতিয়াও অব্যা্হত আছে ৷ ৰাজস্থানৰ বিলাসী ৰাজমহল ছিক্স ছেন্স ফর্টত  যোৱা ৯ ডিচেম্বৰত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল কেইবাগাৰকীও চেলিব্ৰিটি ৷ আনহাতে,  দুই তাৰকাক নতুন জীৱনলৈ শুভেচ্ছা জনায় বলিউডৰ কেইবাগৰাকীও তাৰকাই প্ৰেৰণ কৰিছে দামী উপহাৰ ৷ যিসমুহ  উপহাৰৰ দাম শুনিলে আপুনিও আচৰিত হৈ পৰিব ৷

 

কেটৰিনাক বলিউডত চিনাকি কৰি দিয়া ছুপাৰষ্টাৰ চলমান খানে  উপহাৰ হিচাপে এই যুটীটোক দিছে এখন ৰেঞ্জ ৰ’ভাৰ কাৰ ৷ যাৰ মূল্য় হৈছে ৩ কোটি টকা ৷ আনহাতে, কেটৰিনাৰ সৈতে দীর্ঘদিনে সম্পর্কত থকা ৰণবীৰ সিঙেও উপহাৰ দিছে মুল্যৱান সামগ্ৰী ৷ ৰণবীৰে কেটৰিনাক উপহাৰ হিচাপে দিছে এধাৰি হীৰাৰ নেকলেচ ৷ যাৰ মুল্য হৈছে ২.৭ কোটি ৷ বলিউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটে নৱ বিবাহিত দম্পত্তীলৈ উপহাৰ হিচাপে দিছে পাৰফিউম বাস্কেট ৷ যাৰ মুল্য হৈছে কেইবালাখ টকা ৷ বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কেট আৰু বিকিক উপহাৰ হিচাপে দিছে এখন পেইণ্টিং ৷ যাৰ মূল্য হৈছে ১.৫ লাখ টকা ৷ অভিনেত্ৰী তাপসী পান্নুৱে বিকিক উপহাৰ হিছাপে দিছে ১.৪ লাখ টকীয়া প্লেটিনাম ব্ৰেচলেট ৷

 

 

আনহাতে, দৰা বিকিয়ে কেটৰিনাক উপহাৰ হিচাপে দিছে এটা বিশেষভাৱে ডিজাইন কৰা হীৰাৰ আঙুঠি ৷ যাৰ মুল্য হৈছে ১.৫ কোটি টকা ৷  কইনা কেটৰিনাই স্বামী বিকিক উপহাৰ হিচাপে দিছে ১৫ কোটিটকীয়া এটা ফ্লেট ৷

Previous Post

কাশী বিশ্বনাথ কৰিড’ৰ মুকলি, আজি বিজেপিৰ মুখ্যমন্ত্ৰীৰে মোদীৰ বৈঠক

Next Post

কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন সংক্ৰমণৰ কেইটামান বিশেষ লক্ষণ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন সংক্ৰমণৰ কেইটামান  বিশেষ লক্ষণ

কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন সংক্ৰমণৰ কেইটামান বিশেষ লক্ষণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7