অনলাইন প্ৰাইজমণি প্ৰৱন্ধ প্ৰতিযোগিতা 

বিষয়: “সুস্থ সমাজ গঠনত ডিজিটেল সংবাদ মাধ্যমৰ ভূমিকা আৰু ইয়াৰ ভৱিষ্যত”

মাধ্যম: ইংৰাজী আৰু অসমীয়া ভাষাত

নিয়মাৱলী সমূহ:

১। Voice 24×7 ফেচবুক পেজত অন্তৰ্ভুক্ত হব লাগিব । (Like and Follow Voice 24×7 Facebook Page)

২। সকলো বয়সৰ লোকে যোগদান কৰিব পাৰিব ।

৩। প্ৰতিযোগীৰ নাম, ঠিকনা, ফোন নং, ই মেইল আৰু ঘৰৰ ঠিকনা স্পষ্টকৈ লিখিব লাগিব ।

৪। প্ৰৱন্ধ পঠিওৱাৰ শেষ তাৰিখ হৈছে ১০-০৭-২২ ।

৫। প্ৰথম পুৰস্কাৰ- ৫০০০/- টকা।
দ্বিতীয় পুৰস্কাৰ-৩০০০/- টকা।
তৃতীয় পুৰস্কাৰ-২০০০/- টকা

৬। Voice 24×7 পেজত অন্তৰ্ভুক্ত হোৱাৰ প্ৰমান দিব লাগিব।

প্ৰতিযোগীতাৰ যিকোনো প্ৰশ্নৰ বিষয়ে আমাৰ লগত সংযোগ স্থাপন কৰিবলৈ ইমেইল কৰক – [email protected]

Submission period over