🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
২২ আহিন, ৰবিবাৰ ইং,৯ অক্টোবৰ
২০২২।
সূৰ্য্যোদয় ঘ:- ৫/২২/২৩. সূৰ্য্যাস্ত ঘ:- ৫/০/২
ৰাশি:- মীন ৰাশি।
তিথি :- পূৰ্ণিমা, ৰা:ঘ:- ২/১৬/৪০লৈ।
নক্ষত্ৰ :- উত্তৰ ভাদ্ৰপদ, স:ঘ:- ৫/১০/৪৬,
শুভ সংখ্যা:- ৭/১
শুভ ৰং:- ৰঙা/ সোনালী।
আদ্যঋতু হলে :- দুৰ্ভগা যোগ।
মৰণত দোষ:- এপদ।
যাত্ৰা:- বাযু কোনত নাই, ৰা:ঘ:- ২/১৬/৪০ যোৱাত পূৱ দিশত নাই ।
যোগিনী :- বাযু কোনত , ৰা:ঘ:- ২/১৬/৪০ যোৱাত পূৱ দিশত ।
ভক্ষ্যাভক্ষ্য :- মাছ মাংস, তেল খোৱা নিষেধ। ৰা:ঘ:- ২/১৬/৪০ যোৱাত কোমোৰা খোৱা নিষেধ।
YouTube :- https://youtu.be/H7fV3wJpJEU
১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভজন বিলাসীতা বাঢ়িব, যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য বাধা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য প্ৰৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, সম্পদ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, ঘৰত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ’ব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য নাশ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে বিশ্চেদ বা মনোমালিন্য হোৱাৰ যোগ দেখা যায় ।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনতো সামান্য চঞ্চল হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব ।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত সুখ শান্তি বাঢ়িব, মনত আনন্দ বাঢ়িব, শিল্পী সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায় ।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি লাভ কৰিব, তীৰ্থ ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, কৰ্মক্ষেত্ৰত নতুনকৈ দ্বায়িত্ব লাভ কৰিব, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কোনো সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ সৃষ্টি কৰিব পাৰে।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, ৰোগ আৰোগ্য হব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। ”
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯