🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
১৮ চ’ত, শনিবাৰ ইং ২ এপ্ৰিল।
২০২২।
সূৰ্য্যোদয় ঘ:- ৫/১৮/২১, সূৰ্য্যাস্ত
ঘ:- ৫/৩৩/৩৭
*ৰাশি:-* মীন ৰাশি।ঘ:- ১১/৮/১৭ যোৱাত মেষ ৰাশি।
*তিথি :-* শুক্লা প্ৰতিপদ। ঘ:- ১১/৩৩/৫৯ লৈ।
*নক্ষত্ৰ :-* ৰেৱতী। ঘ;- ১১/৮/১৭ লৈ।
*শুভ সংখ্যা:-* ৩/৫
*শুভ ৰং:-* নীলা / বগা ।
*আদ্যঋতু হলে :-* দু:শীলা যোগ।
*মৰণত দোষ*:- এপদ।ঘ:- ১১/৩৩/৫৯ যোৱাত দ্বিপদ।
*যাত্ৰা:-* পূৱ দিশত নাই , ঘ:- ১১/৩৩/৫৯ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী :-* পূৱ দিশত , ঘ:- ১১/৩৩/৫৯ যোৱাত উত্তৰ দিশত।
*ভক্ষাভক্ষ্য:-* কোমোৰা খোৱা নিষেধ। ঘ: ১১/৩৩/৫৯ যোৱাত তিতা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, আৰ্থিক দিশত শুভ হব, কৰ্মক্ষেত্ৰ সন্মান বাঢ়িব, লগতে শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান বাঢ়িব , সামাজিক কৰ্মত জৰিত হোৱা সুযোগ লাভ কৰিব লগতে আজি আপুনি সজাগ নহলে ভ্ৰমণৰ ক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব ,প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মব্যস্ততা বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব লগতে আজি আপোৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰৰ লগতে যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সজাগ হোৱাটো ভাল হব।
৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, সামাজিক সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ভুল বুজাবুজি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, বন্ধুৰ সান্নিধ্য লাভ হব কৰিব, লগতে আজি আপোনাৰ বিবাদ নিস্পত্তি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পুৰণ হব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বিৰোধীৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন কৰ্ম প্ৰেৰণা লাভ কৰিব, অৰ্থআগমন বাঢ়িব, যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হব।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। ”
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯