VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাবেৰীৰ পিছত কৃষ্ণা নদীৰ পানী বিতৰণক লৈ আৰম্ভ বিবাদ, উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

voicedesk by voicedesk
October 12, 2023
in আইন
কাবেৰীৰ পিছত কৃষ্ণা নদীৰ পানী বিতৰণক লৈ আৰম্ভ বিবাদ, উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ
0
SHARES
388
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ ভাৰতত পুনৰ পানী বিতৰণক লৈ সংঘাত আৰম্ভ হৈছে । কাবেৰীৰ পিছত এইবাৰ কৃষ্ণ নদীৰ পানীক লৈ এই সংঘাত আৰম্ভ হৈছে । মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ চৰকাৰে পানী বিতৰণ বিবাদৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লয়।

 

অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজেৰে বৈ যোৱা কৃষ্ণ নদীৰ পানীৰ ভাগ-বতৰাক লৈ তিনিওখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে । প্ৰায় ডেৰ দশক পূৰ্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বৃজেশ কুমাৰৰ নেতৃত্বত পানী বিতৰণৰ বিবাদ নিষ্পত্তিৰ বাবে এক ন্যায়াধিকৰণ গঠন কৰা হৈছিল। তেওঁলোকে  কৰ্ণাটকৰ আলমাটি বান্ধৰ উচ্চতা ৫১০ মিটাৰৰ পৰা ৫২৪ মিটাৰলৈ বৃদ্ধি কৰাৰ অনুমতি দিয়ে ৷ এই অনুমতিৰ ক্ষেত্ৰত অন্ধ্ৰ প্ৰদেশে আৰম্ভণিৰে পৰা আপত্তি কৰিছিল।

 

শেহতীয়াকৈ মুখ্যমন্ত্ৰী জগনমোহনৰ নেতৃত্বত অন্ধ্ৰ মন্ত্ৰী আৰু চৰকাৰী উচ্চপদস্থ বিষয়াৰ বৈঠকত বৰ্তমানৰ পানী বিতৰণ নীতিৰ পুনৰ মূল্যায়নৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লোৱা হয়। জগনমোহন চৰকাৰে আলমাটি মথাউৰিৰ উচ্চতা বৃদ্ধি কৰাৰ পিছত খৰালি কালত প্ৰয়োজনীয় পানী লাভ নকৰাৰ অভিযোগো উত্থাপন কৰিছে।  বিগত সময়ত তামিলনাডুৱেও কৰ্ণাটকক কাবেৰী নদীৰ পানী বিতৰণৰ অতিৰিক্ত পানী নিষ্কাষণৰ অভিযোগ উত্থাপন কৰিছিল। পিছত উচ্চতম ন্যায়ালয়ে গঠন কৰা ন্যায়াধিকৰণে এই বিষয়ত হস্তক্ষেপ কৰে।

Previous Post

ইউক্ৰেইনৰ পিছত এইবাৰ ইজৰাইল, যুদ্ধত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ ‘অপাৰেচন অজয়’

Next Post

যোৰহাটত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অত্যাধুনিক উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ, অলিম্পিক পদক বিজয়ী অভিনৱ বিন্দ্ৰাই কৰিব পৰিচালনা

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
যোৰহাটত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অত্যাধুনিক উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ, অলিম্পিক পদক বিজয়ী অভিনৱ বিন্দ্ৰাই কৰিব পৰিচালনা

যোৰহাটত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অত্যাধুনিক উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ, অলিম্পিক পদক বিজয়ী অভিনৱ বিন্দ্ৰাই কৰিব পৰিচালনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7