VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ এখন ৰাজ্যত সুৰাপান কৰিলে ভৰিব লাগিব জৰিমনা অন্যথা এমাহৰ কাৰাদণ্ড

কোনখন ৰাজ্যত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা ?

voicedesk by voicedesk
April 5, 2022
in আইন
ভাৰতৰ এখন ৰাজ্যত সুৰাপান কৰিলে  ভৰিব লাগিব জৰিমনা অন্যথা এমাহৰ কাৰাদণ্ড
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

২০১৬চনত নীতিশ কুমাৰ শাসনলৈ অহাৰ পিছতে বিহাৰত সুৰাৰ ওপৰত জাৰি কৰা হৈছিল নিষেধাজ্ঞা ৷ তেতিয়াৰ পৰাই ৰাজ্যখনত দেশী, বিদেশী সকলোধৰণৰ সুৰা নিষিদ্ধ কৰা হৈছিল ৷ আনহাতে সোমবাৰে কেবিনেট বৈঠকতো এই সুৰা সম্বন্ধীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত  গ্ৰহণ কৰা হৈছিল ৷ সেই অনুসৰি সংশোধন কৰা হৈছে বিহাৰ সুৰা নিষিদ্ধকৰণ বিধেয়ক ২০২২  ৷

সোমবাৰৰ কেবিনেট বৈঠকত বিহাৰ সুৰা নিষিদ্ধকৰণ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে ৷ আনহাতে কিছুমান নতুন নিয়ম অন্তৰ্ভূক্ত কৰা হৈছে এই পুৰণি আইনত ৷ নতুন আইন অনুসৰি কোনোবাই সুৰাপান কৰা অৱস্থাত ধৰা পৰিলে তেওঁ দুই হাজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে জৰিমনা  ভৰিব লাগিব অন্যথা এমাহৰ বাবে কাৰাবাস খাটিব লাগিব ৷  উল্লেখযোগ্য যে  পুৰ্বতে এই জৰিমনা আছিল ৫০,০০০টকা  ৷

নতুন আইন অনুসৰি সুৰা সম্পৰ্কীয় যিকোনো গোচৰৰ শুনানি এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ৷ ইয়াৰ উপৰিও যদি অবৈধ সুৰা জব্দ কৰা হয় তেন্তে এই ক্ষেত্ৰত দণ্ডাধীশৰ অনুমতিৰ প্ৰয়োজন নোহোৱাকৈ নমুনা সংগ্ৰহ কৰি বাকী সুৰা ধ্বংস কৰিব পাৰিব ৷ ইয়াৰ উপৰিও গৃহীত সংশোধনী অনুসৰি  যিসকলে প্ৰথমবাৰৰ কাৰণে এই অপৰাধ কৰে তেওঁলোকক তুলনামূলক ভাৱে কম শাস্তি দিব লাগিব ৷

২০১৬চনৰ ৫ এপ্ৰিলত নীতিশ কুমাৰৰ শাসনত বিহাৰত সকলো ধৰণৰ সুৰা নিষিদ্ধ কৰা হৈছিল ৷ ‘শুল্ক আৰু নিষিদ্ধকৰণ বিভাগে’ এই অধিসূচনা জাৰি কৰা বুলি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘোষণা কৰিছিল  ৷

শেহতীয়াকৈ ৰাজ্যিক বিধানসভাত থিয় হৈ নিতীশ কুমাৰে সুৰাপায়ী সকলক সমালোচনা কৰি কৈছিল –‘যি সকলে সুৰাপান কৰে তেওঁলোক ভাৰতীয় নহয়  ৷ তেওঁলোক সকলো মহাপাপী ৷ ‘তেওঁৰ মতে আগতে ৰাজ্যখনত পাচলি  বেছি বিক্ৰী হোৱা নাছিল কাৰণ সেই টকাৰে মানুহে সুৰা ক্ৰয় কৰিছিল ৷ অৱশ্যে সুৰাৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ লগে লগে বিহাৰত বৃদ্ধি পাইছে পাচলিৰ বিক্ৰী ৷

Previous Post

ব’হাগ বিহুৰ অতি প্ৰয়োজনীয় প্ৰতিজন অসমীয়াৰ চিনাকী দীঘলতিৰ বিষয়ে জানো আহক

Next Post

শুভ জন্মদিন ৰশ্মিকা মান্দানা

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
শুভ জন্মদিন ৰশ্মিকা মান্দানা

শুভ জন্মদিন ৰশ্মিকা মান্দানা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7