VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মেডিকেল প্ৰৱেশ পৰীক্ষা নীটত অতিৰিক্ত নম্বৰ পোৱা ১৫৬৩ প্ৰার্থী পুনৰ অৱতীর্ণ হ’ব লাগিব পৰীক্ষাত, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰীয় চৰকাৰে

voicedesk by voicedesk
June 13, 2024
in আইন
মেডিকেল প্ৰৱেশ পৰীক্ষা নীটত অতিৰিক্ত নম্বৰ পোৱা ১৫৬৩ প্ৰার্থী পুনৰ অৱতীর্ণ হ’ব লাগিব পৰীক্ষাত, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰীয় চৰকাৰে
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

মেডিকেল এণ্ট্ৰেন্স টেষ্ট নীটত “অতিৰিক্ত নম্বৰ”’ বা ‘গ্ৰেচ মাৰ্ক’ পোৱা প্ৰাৰ্থীৰ নম্বৰ বাতিল কৰা হ’ব।  কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে তেনে শিক্ষার্থীক আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব।

 

অল ইণ্ডিয়া মেডিকেল এণ্ট্ৰেন্স টেষ্ট নীটত ৬৭ জন লোকে একেলগে প্ৰথম স্থান দখল কৰাৰ লগে লগে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হয়। পিছত পোহৰলৈ আহে যে প্ৰশ্নকাকত আৰু কিছুমান পৰীক্ষা কেন্দ্ৰত সময়ৰ সমস্যাৰ বাবে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অতিৰিক্ত নম্বৰ দিয়া হৈছিল। কিন্তু যেতিয়া ৰেংকিঙৰ বিতৰ্ক পোহৰলৈ আহিল, তেতিয়া বিভিন্ন মহলে এই অতিৰিক্ত নম্বৰৰৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী ৰাজনৈতিক দলসমূহে কেন্দ্ৰৰ বিৰুদ্ধে আন্দোলন কৰে। ইয়াক লৈ উচ্চতম ন্যায়ালয়তো আৱেদন দাখিল কৰা হয়। সেই গোচৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ উত্তৰ বিচাৰিছিল। বৃহস্পতিবাৰে শপতনামাযোগে কেন্দ্ৰই কয় যে শিক্ষার্থীক দিয়া অতিৰিক্ত নম্বৰ প্ৰত্যাহাৰ কৰা হ’ব ৷

 

১৫৬৩ গৰাকী নীট প্ৰাৰ্থীক প্ৰদান কৰা অতিৰিক্ত নম্বৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই জনাইছে। তাৰ পৰিৱৰ্তে  তেওঁলোকক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিব। যিসকলে এই পৰীক্ষা দিব বিচাৰে, তেওঁলোকে ২৩ জুনত এই পৰীক্ষা দিব লাগিব। পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে।

 

কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে এই ১৫৬৩গৰাকী প্ৰাৰ্থীৰ ফলাফল পুনৰীক্ষণৰ বাবে এখন কমিটী গঠন কৰা হৈছে। সেই কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই ১৫৬৩ জন প্ৰার্থীৰ ফলাফল বাতিল কৰা হ’ব বুলি জানিবলৈ দিয়ে। ২৩ জুনত তেওঁলোকক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিয়া হ’ব। সেই পৰীক্ষাৰ ফলাফল অহা ৩০ জুনত ঘোষণা কৰা হ’ব। এমবিবিএছ, বিডিএছ আৰু অন্যান্য চিকিৎসা পাঠ্যক্ৰমৰ বাবে ৬ জুলাইৰ পৰা নামভৰ্তিৰ কাউন্সেলিং আৰম্ভ হ’ব।

 

অৱশ্যে দুটা বিষয়ত কেন্দ্ৰৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন হয়। প্ৰথমতে, মেডিকেল প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ৬৭ জনৰ কোনো এজনেও ‘অতিৰিক্ত নম্বৰ’ পোৱা নাছিল বাবে তেওঁলোকৰ স্থানক লৈ কোনো বিতৰ্ক নাই নেকি? দ্বিতীয়তে, যেতিয়া বিকল্প হিচাপে সেই ১৫৬৩ জন পৰীক্ষাৰ্থীক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিয়া হ’ব, তেতিয়া কোনোবাই ইচ্ছা কৰিলে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ সুযোগ দিয়া হ’বনে ? তেনে ক্ষেত্ৰত অতিৰিক্ত নম্বৰ বাদ দিয়াৰ পিছত তেওঁলোকে পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ৰেংকিং হ’বনে? কেন্দ্ৰই এই কথা স্পষ্টকৈ কোৱা নাই।

 

মন কৰিবলগীয়া যে এই অল ইণ্ডিয়া মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাৰ কাউন্সেলিঙৰ তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে অৱশ্যে বৃহস্পতিবাৰে এই প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰা নাছিল। বৰঞ্চ পূৰ্বনিৰ্ধাৰিত সময় অনুসৰণ কৰা হ’ব বুলি আদালতে কয়। পৰীক্ষা পুনৰাবৃত্তি হ’লেও কোনো বাধা নাথাকিব। নীট পৰীক্ষাৰ সৈতে জড়িত সকলো আবেদনৰ শুনানি অহা ৮ জুলাইৰ পৰা আৰম্ভ হ’ব।

 

Previous Post

২০০ কোটি টকা দিয়া হ’লেও ‘এনিমেল’ত অভিনয় নকৰিলোহেঁতেন ? অসম সন্তান আদিল হুছেইনৰ মন্তব্যত বিতর্ক

Next Post

ভাৰতীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত নতুন ভুমিকাত সুনীল ছেত্ৰী ,বাইচুং ভুটীয়াৰ সৈতে একেলগে পালন কৰিব দায়িত্ব

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
ভাৰতীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত নতুন ভুমিকাত সুনীল ছেত্ৰী ,বাইচুং ভুটীয়াৰ সৈতে একেলগে পালন কৰিব দায়িত্ব

ভাৰতীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত নতুন ভুমিকাত সুনীল ছেত্ৰী ,বাইচুং ভুটীয়াৰ সৈতে একেলগে পালন কৰিব দায়িত্ব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7