VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উচ্চতম ন্যায়ালয়ত জামিনৰ বিৰোধিতা কৰি চি বি আইয়ে ক’লে- ইন্দ্ৰাণী মুখার্জী র্বিশ্বাসযোগ্য নহয়, জামিন নিদিব

voicedesk by voicedesk
March 25, 2022
in আইন
উচ্চতম ন্যায়ালয়ত  জামিনৰ বিৰোধিতা কৰি চি বি আইয়ে ক’লে- ইন্দ্ৰাণী মুখার্জী র্বিশ্বাসযোগ্য নহয়, জামিন নিদিব
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

হাই প্ৰফাইল শ্বীনা বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত ইন্দ্ৰাণী মুখার্জী  কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ শীঘ্ৰে প্ৰশস্ত হোৱাৰ সম্ভাৱনা নাই ৷ কিয়নো ইন্দ্ৰাণীৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰিছে গোচৰটোৰ তদন্তকাৰী সংস্থা চি বি আইয়ে ৷ এই সন্দর্ভত উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰি ইন্দ্ৰাণীৰ জামিনৰ বিৰোধিতা কৰিছে চি বি আইয়ে ৷ ন্যায়ালয়ক চি বি আইয়ে কয় যে ইন্দ্ৰাণী মুখাৰ্জীয়ে নিজৰ কন্যাক পৰিকল্পিত ভাৱে হত্যা কৰিছে ৷  এনে ঘৃণনীয়   কাৰ্য্য ক্ষমাৰ  যোগ্য নহয়। উচ্চতম ন্যায়ালয়ত দাখিল কৰা  শপতনামাত লগতে কয় যে  কন্যাক হত্যা  কৰাৰ উপৰি পুত্ৰকো হত্যাৰ চেষ্টা চলাইছিল ইন্দ্ৰাণীয়ে ৷

তদন্তকাৰী সংস্থাটোৱে লগতে কয় যে ইন্দ্ৰাণী সমাজৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি ৷ তেওঁ  সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে। এই গোচৰৰ  কিছুসংখ্যক সাক্ষীৰ এতিয়াও জবানবন্দী গ্ৰহণ কৰা হোৱা নাই ৷ সেয়েহে সাক্ষীক তেওঁ ভয় ভাবুকি প্ৰদান কৰিব পাৰে ৷  ইন্দ্ৰাণী মুখার্জী বিশ্বাসযোগ্য নহয় আৰু জামিনৰ আবেদন খাৰিজ কৰা উচিত।ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে চিবিআইৰ শপতনামাৰ উত্তৰ দিবলৈ ইন্দ্ৰাণী মুখাৰ্জীক দুসপ্তাহৰ সময় প্ৰদান কৰিছে ৷

বিগত বর্ষৰ ২১ নৱেম্বৰত বোম্বাই উচ্চ ন্যায়ালয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন নাকচ কৰি দিয়া নির্দেশনাক  প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷  পূর্বৰ শুনানিত বিচাৰপীঠেখনে  চিবিআইক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল ৷ শপতনামাখনত চিবিআইয়ে লগতে কয় -“আবেদনকাৰীয়ে (ইন্দ্ৰাণী মুখাৰ্জী) অতি গুৰুতৰ অপৰাধ কৰিছে আৰু ইয়াক সাধাৰণ গোচৰ হিচাপে বিবেচনা কৰিব নোৱাৰি ৷ সেয়েহে আবেদনকাৰীয়ে এই আদালতৰ পৰা কোনো ধৰণৰ  সকাহ লাভৰ যোগ্য নহয় ৷”

Previous Post

উত্তৰ লক্ষীমপুৰত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ

Next Post

প্ৰথমবাৰৰ বাবে মানুহৰ তেজত ধৰা পৰা মাইক্ৰপ্লাষ্টিক কেনেদৰে প্ৰৱেশ কৰে শৰীৰত, কি কয় বিজ্ঞানীয়ে !

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
প্ৰথমবাৰৰ বাবে মানুহৰ তেজত ধৰা পৰা  মাইক্ৰপ্লাষ্টিক কেনেদৰে প্ৰৱেশ কৰে শৰীৰত, কি কয় বিজ্ঞানীয়ে !

প্ৰথমবাৰৰ বাবে মানুহৰ তেজত ধৰা পৰা মাইক্ৰপ্লাষ্টিক কেনেদৰে প্ৰৱেশ কৰে শৰীৰত, কি কয় বিজ্ঞানীয়ে !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7