VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সম্পৰ্কৰ পাছত বিবাহ নহ’লেও সন্মতিসূচক যৌন সম্পৰ্ক ধৰ্ষণ নহয়: ওড়িশা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য

voicedesk by voicedesk
July 8, 2023
in আইন
সম্পৰ্কৰ পাছত বিবাহ নহ’লেও সন্মতিসূচক যৌন সম্পৰ্ক ধৰ্ষণ নহয়: ওড়িশা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

যদি  কোনো এটা সম্পৰ্কৰ অন্তত বিবাহ নহয়  আৰু সন্মতিসূচক যৌন সম্পৰ্ক গঢ়ি উঠে তেন্তে ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি। এই পর্যবেক্ষণ ওড়িশা উচ্চ ন্যায়ালয়ৰ ৷ শেহতীয়াকৈ এগৰাকী মহিলাই ভুৱনেশ্বৰ এজন  বাসিন্দাৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল। মহিলাগৰাকীয়ে কয় যে অভিযুক্তৰ সৈতে বন্ধুত্বৰ সম্পৰ্কৰ সময়ত তেওঁ কেইবাবাৰো যৌন সম্পৰ্ক স্থাপন কৰিছিল। মহিলাগৰাকীয়ে লগতে কয় যে তেওঁ অভিযুক্তৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যদিও পিছত মতানৈক্যৰ বাবে বিবাহ সম্পন্ন নহয় ৷ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ আৰ কে পাটনাইকৰ এজনীয়া বিচাৰপীঠে কয়, “মিছা প্ৰতিশ্ৰুতিৰে সহবাস আৰু যিকোনো কাৰণত বিবাহ নোহোৱা সত্বেও সন্মতিক্ৰমে সহবাস কৰাৰ মাজত পাৰ্থক্য আছে।” এই প্ৰসংগত আদালতে কয় যে ভাল বন্ধুত্ব হিচাপে আৰম্ভ হোৱা ভগ্ন সম্পৰ্কত বিশ্বাসৰ অভাৱ হ’লে পুৰুষ সদস্যজনক ‘ধৰ্ষণকাৰী’ বুলি ক’ব নোৱাৰি।

 

কিছুদিন পূৰ্বে ইয়াৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে যদি দুজন ব্যক্তিৰ শাৰীৰিক সম্পৰ্ক থাকে আৰু তেওঁলোকৰ কিবা কাৰণত বিয়া নহয়, তেন্তে সংগীজনক প্ৰতিশ্ৰুতি ভংগৰ অভিযোগত ‘ধৰ্ষণকাৰী’ বুলি ক’ব নোৱাৰি ।

Previous Post

মণিপুৰত পুনৰ সংঘৰ্ষ, এজন আৰক্ষী সহ চাৰিজন লোকক গুলীয়াই হত্যা

Next Post

জম্মু-শ্ৰীনগৰ ঘাইপথত ভয়াৱহ ভূমিস্খলন, খহি পৰিল পথৰ বৃহৎ অংশ

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
জম্মু-শ্ৰীনগৰ ঘাইপথত ভয়াৱহ ভূমিস্খলন, খহি পৰিল পথৰ বৃহৎ অংশ

জম্মু-শ্ৰীনগৰ ঘাইপথত ভয়াৱহ ভূমিস্খলন, খহি পৰিল পথৰ বৃহৎ অংশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7