VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভেকচিন নোলোৱাৰ বাবে আদালতে পিতৃক নিদিলে পুত্ৰক সাক্ষাতৰ অনুমতি

voicedesk by voicedesk
January 13, 2022
in আইন
ভেকচিন নোলোৱাৰ বাবে আদালতে  পিতৃক নিদিলে পুত্ৰক সাক্ষাতৰ অনুমতি

Loving father walking side by side with son holding hands.

0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিনেই একমাত্ৰ অস্ত্ৰ হিচাপে বিশেষজ্ঞ সকলে মতপোষণ কৰি অহিছে ৷ তৎসত্বেও একাংশ লোকে ভেকচিন ল’বলৈ প্ৰকাশ কৰি আহিছে অনীহা ৷ ভেকচিন ল’বলৈ অস্বীকাৰ কৰাৰ বাবেই এইবাৰ ১২ বছৰীয়া  পুত্ৰক সাক্ষাতৰ  পৰা বঞ্চিত হ’বলগীয়া হ’ল এজন কানাডাৰ লোক ৷ক’ভিড প্ৰতিৰোধৰ বাবে ঘোষণা কৰা প্ৰট’কলৰ বিৰোধিতা কৰাৰ লগতে ভেকচিন নোলোৱাৰ বাবে  পুত্ৰক সাক্ষাৎ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে এখন আদালতে ৷ শিশুটিৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে এই মুহুর্তত এয়াই আটাইতকৈ উপযুক্ত সিদ্ধান্ত বুলি প্ৰকাশ কৰিছে আদালতে ৷

এই লোকজনে পুত্ৰক  সাক্ষাতৰ অনুমতি বিচাৰি  যোৱা ২৩ ডিচেম্বৰতো আদালতৰ দ্বাৰস্থ হৈছিল ৷ সেই সময়তো আদালতে ফেব্ৰুৱাৰী পর্যন্ত তেওঁক পুত্ৰক সাক্ষাতত বাধা আৰোপ কৰিছিল ৷ তৎসত্বেও তেওঁ ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল ৷  লোকজন পুনৰ আদালতৰ কাষ চাপে যদিও পুত্ৰক সাক্ষাতৰ অনুমতি প্ৰদানৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে বন্ধৰ দিনত  তেওঁৰ পুত্ৰক  নিৰ্ধাৰিত সাক্ষাতৰ সময় বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱাৰ সময়তে এই সমস্যাৰ সন্মুখীন হয় ৷ কিয়নো শিশুটিৰ মাতৃয়ে ইয়াৰ বিৰোধিতা কৰে ৷ শিশুটিৰ মাতৃয়ে আদালতত আপত্তি দর্শাইছিল যে ব্যক্তি জনে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰা নাই ৷ তদুপৰি ব্যক্তিজনে সামাজিক মাধ্যমৰ জৰিয়তে ক’ভিড প্ৰতিৰোধৰ বাবে ঘোষণা কৰা নিয়মসমুহৰ বিৰোধিতা কৰি আহিছে ৷

।

Previous Post

‘কমন ইউনিভার্চিটি এন্ট্ৰেন্স টেষ্ট ‘ৰ জৰিয়তে অহা বর্ষৰ পৰা জে এন ইউত নামভর্ত্তি

Next Post

এছ বি আইৰ ডিজিটেল বেংকিঙৰ মুৰব্বী পদলৈ আবেদন আহ্বান

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
এছ বি আইৰ ডিজিটেল বেংকিঙৰ মুৰব্বী পদলৈ আবেদন আহ্বান

এছ বি আইৰ ডিজিটেল বেংকিঙৰ মুৰব্বী পদলৈ আবেদন আহ্বান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7