VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশক উত্তেজিত নকৰিব- ঐতিহাসিক স্থানৰ নাম সলনি কৰাৰ আবেদন নাকচ কৰি সকীয়ালে উচ্চতম ন্যায়ালয়ে

voicedesk by voicedesk
February 28, 2023
in আইন
‘ভাৰত বিৰোধী শক্তিয়ে ব্যৱহাৰ কৰিছে উচ্চতম ন্যায়ালয়ক’, আৰএছএছৰ মুখপত্ৰৰ লক্ষ্য দেশৰ সর্বোচ্চ ন্যায়ালয়
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন চহৰ আৰু ঐতিহাসিক স্থানৰ নাম সলনিৰ বাবে নতুন আয়োগ গঠনৰ অর্জিৰে দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। বিজেপি নেতাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় “ অতীতক খুচৰিব নালাগে ৷ বৈষম্যৰ সৃষ্টি হোৱা ধৰণে কাম নকৰিব। দেশত উত্তেজনাৰ সৃষ্টি নকৰিবা।’

দেশৰ কেইবাখনো চহৰ আৰু ঐতিহাসিক স্থানৰ নাম ‘আক্ৰমণকাৰী’ৰ নামেৰে ৰখা হৈছে। গতিকে সেই ঠাইবোৰৰ নাম সলনি কৰিবলৈ আহ্বান জনাইছে ৷ চহৰ আৰু ঐতিহাসিক স্থানৰ ‘প্ৰকৃত নাম’ জনাৰ লগতে  ভাৰত ইতিহাসৰ দাস হ’ব নোৱাৰে বুলি দাবী কৰিছিল আবেদনকাৰী বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ। ইয়াৰ বাবে বিজেপি নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰি “পুনৰ নামাকৰণ আয়োগ” গঠনৰ বাবে অনুৰোধ জনায়। ন্যায়াধীশ কে এম যোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠে সোমবাৰে এই গোচৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।

গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয়, ‘ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। হিন্দু ধৰ্ম কেৱল এটা ধৰ্ম নহয়। ই এক জীৱনশৈলী। হিন্দু ধৰ্মত কোনো কুসংস্কাৰ নাই। বৈষম্যৰ সৃষ্টি কৰিব পৰাকৈ কাম নকৰিব। দেশত উত্তেজনাৰ সৃষ্টি নকৰিবা।” আদালতে লগতে কয় যে দেশৰ ইতিহাসে কেতিয়াও বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক ভয় খুৱাব নোৱাৰে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মোগল গাৰ্ডেনৰ নাম সলনি কৰিছে। নতুন নাম দিয়া হৈছে ‘অমৃত উদ্যান’। ইয়াৰ পূৰ্বে বহু অট্টালিকা, পথ, ষ্টেচন আনকি চহৰৰ নাম মোদী চৰকাৰে সলনি কৰিছিল। উত্তৰ প্ৰদেশৰ মোগলচৰাই ষ্টেচনৰ নাম সলনি কৰা হৈছে দীনদয়াল উপাধ্যায়। দিল্লীৰ ৰাজপথক কর্তব্য ​​পথ বুলি অভিহিত কৰা হৈছে। এলাহাবাদৰ নাম প্ৰয়াগৰাজ ৰখা হৈছিল। ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে বিজেপি নেতাৰ নাম সলনি সম্পৰ্কীয় আবেদন নাকচ কৰে।

 

Previous Post

তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে সতর্ক হৈছে কেন্দ্ৰ , গৰমজনিত ৰোগৰ ওপৰত দৃষ্টি ৰাখিবলৈ ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰীয় চৰকাৰৰ

Next Post

১মাৰ্চ,বুধবাৰে ৰামধেনু যুগৰ কথা শিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৮০সংখ্যক জন্মদিনৰ আয়োজন

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
১মাৰ্চ,বুধবাৰে ৰামধেনু যুগৰ কথা শিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৮০সংখ্যক জন্মদিনৰ আয়োজন

১মাৰ্চ,বুধবাৰে ৰামধেনু যুগৰ কথা শিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৮০সংখ্যক জন্মদিনৰ আয়োজন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7