VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

voicedesk by voicedesk
May 17, 2023
in আইন
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগ, ছত্তীশগড়কে ধৰি কেইবাখনো অবিজেপি শাসিত ৰাজ্যত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্ত এনফর্চমেণ্ট সঞ্চালকালয়ে অব্যাহত ৰাখিছে। ছত্তীশগড় চৰকাৰৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক ‘সতৰ্ক কৰি দিছে’। দেশৰ শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক কয় যে তদন্তৰ স্বাৰ্থত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উপযুক্ত নহয়।

 

ছত্তীশগড় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যৰ আবকাৰী বিভাগৰ কেইবাগৰাকীও বিষয়াক ইডিৰ বিষয়াই এটা গোচৰৰ পিছত ভাবুকি প্ৰদান কৰিছে। সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল জড়িত বুলি অভিযোগ কৰি ইডিয়ে শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ আমানুল্লাহৰ বিভাগীয় বিচাৰপীঠে ই ডিক কয় যে এইদৰে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উপযুক্ত নহয়।

 

আদালতত ছত্তীশগড় চৰকাৰৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা কপিল ছিবালে। তেওঁ কয়,’এনফর্চমেণ্ট সঞ্চালকালয়ে অস্থিৰ ৰূপত কাম কৰি আছে। তদন্তৰ সময়ত আবকাৰী বিষয়াক ভাবুকি দিছে।” আনহাতে, ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে এই অভিযোগ মানি ল’ব বিচৰা নাছিল। ইডিয়ে কেৱল সুৰা কেলেংকাৰীৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে বুলিও তেওঁ কয়। উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ মতামত শুনি সেই মন্তব্য কৰে।

 

উল্লেখ্য  যে ছত্তীশগড়ত সুৰা ব্যৱসায়ৰ সকলো দিশ ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ত প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত। কিন্তু সুৰা ব্যৱসায়ত দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ ইডিয়ে এক বিবৃতিত দাবী কৰিছে যে ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে  ধন সংগ্ৰহ কৰা হয় । প্ৰায় ২ হাজাৰ কোটি টকাৰ দুর্নীতি সংঘটিত হৈছে ৷!

 

Previous Post

৩৩ বছৰৰ পাছত গ্ৰেপ্তাৰ হ’ল কাশ্মীৰৰ ‘আৱামী’ নেতা মিৰৱাইজ ফাৰুক হত্যাকাণ্ডৰ অভিযুক্ত হিজবুল উগ্ৰপন্থী

Next Post

দুৰ্নীতিৰ গোচৰত পুনৰ চমন ইমৰাণ খানক! জামিনত থকাৰ সময়তো নতুন অস্বস্তিত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
দুৰ্নীতিৰ গোচৰত পুনৰ চমন ইমৰাণ খানক! জামিনত থকাৰ সময়তো নতুন অস্বস্তিত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী

দুৰ্নীতিৰ গোচৰত পুনৰ চমন ইমৰাণ খানক! জামিনত থকাৰ সময়তো নতুন অস্বস্তিত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7