VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ল’ৰাৰ প্ৰতি অন্যায়’, ছোৱালীৰ শাৰিৰীক সম্পর্কৰ সন্মতিৰ বয়স ১৮ বছৰৰ পৰিৱর্তে ১৬ বছৰ হোৱাতো বিচাৰে উচ্চ ন্যায়ালয়ে

voicedesk by voicedesk
July 1, 2023
in আইন
‘ল’ৰাৰ প্ৰতি অন্যায়’, ছোৱালীৰ  শাৰিৰীক সম্পর্কৰ সন্মতিৰ বয়স ১৮ বছৰৰ পৰিৱর্তে ১৬ বছৰ হোৱাতো বিচাৰে উচ্চ ন্যায়ালয়ে
0
SHARES
51
VIEWS
Share on FacebookShare on Twitter

শাৰীৰিক সম্পৰ্কত ছোৱালীৰ সন্মতিৰ বয়স ১৮ বছৰ। ১৮ বছৰ বয়সৰ পূৰ্বে নাবালক বুলি চিনাক্ত কৰা হয় । মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই সমীকৰণ সলনি কৰিব বিচাৰিছে। উচ্চ ন্যায়ালয়ে শাৰীৰিক সম্পৰ্কত ছোৱালীৰ সন্মতিৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰিব বিচাৰে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ ওচৰত আবেদন জনাইছে।

 

এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপক কুমাৰ আগৰৱালাই কয় যে ২০১২ চনত আইন সংশোধন কৰি ছোৱালীৰ শাৰীৰিক সম্পর্কৰ বাবে সন্মতিৰ বয়স ১৬ বছৰৰ পৰা ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছে। ই সমাজত জটিলতাৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়া আৰু অন্যান্য প্ৰযুক্তিৰ বাবে ল’ৰা-ছোৱালী উভয়েই আজিকালি দ্ৰুত বয়ঃসন্ধিত প্ৰৱেশ কৰে বুলি ন্যায়াধীশ গৰাকীয়ে পৰ্যবেক্ষণ কৰিছে। তেওঁলোকৰ মানসিক বিকাশ পূৰ্বতকৈ বহু বেছি দ্ৰুত। ১৪ বছৰ বয়সৰ আশে-পাশে ছোৱালীয়ে যৌৱনকালৰ সাক্ষী হয়। একে বয়সৰ ল’ৰাৰ প্ৰতি আকৰ্ষিত হয়। দুয়োৰে সন্মতি সাপেক্ষে শাৰীৰিক সম্পৰ্কও গঢ় লৈ উঠে। কিন্তু আইনৰ দৃষ্টিত ১৮ বছৰৰ আগৰ ছোৱালী প্ৰাপ্তবয়স্ক নহয়। গতিকে বহু ক্ষেত্ৰত ল’ৰাৰ লগত অন্যায় কৰা হৈছে।

 

উল্লেখ্য যে ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এগৰাকী ২০ বছৰীয়া যুৱক। অভিযোগ অনুসৰি ছমাহ ধৰি ছোৱালীজনীৰ সৈতে তেওঁ যৌন সম্পৰ্ক স্থাপন কৰিছিল। ২০২০ চনৰ এপ্ৰিল মাহত কিশোৰীগৰাকী গৰ্ভৱতী হয়। সেই বছৰৰ জুলাই মাহত গ্ৰেপ্তাৰ হৈছিল যুৱকজনক। তেওঁৰ বিৰুদ্ধে পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। তিনি বছৰ ধৰি কাৰাগাৰত থকাৰ পিছতো জামিন লাভ কৰা নাই।

 

ন্যায়াধীশে পৰ্যবেক্ষণ কৰি কয় যে  এই গোচৰত যুৱকজন নিৰ্দোষী। ছোৱালীজনীৰ লগত তেওঁৰ সন্মতিসূচক সম্পৰ্ক আছিল। বিচাৰকজনে অনুভৱ কৰিলে যে যুৱকজনৰ কোনো কু-অভিপ্ৰায় নাই। তেওঁ অভিযুক্তক মুকলি কৰিবলৈ নির্দেশ দিছে । লগতে ছোৱালীৰ সন্মতিৰ বয়স ১৬ বছৰলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনায়। তেতিয়াহে নাবালক ল’ৰাৰ প্ৰতি হোৱা ‘অবিচাৰ’ বন্ধ কৰিব পৰা যাব।

Previous Post

প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ বাসগৃহৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন, ধৃত এজন

Next Post

ইটোৰ পিছত সিটো অনিশ্চয়তা, অৱশেষত ফাৰহানৰ জি লে জাৰা এৰাৰ সিদ্ধান্ত প্ৰিয়ংকা চোপ্ৰাৰ

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
ইটোৰ পিছত সিটো অনিশ্চয়তা, অৱশেষত ফাৰহানৰ জি লে জাৰা এৰাৰ সিদ্ধান্ত  প্ৰিয়ংকা চোপ্ৰাৰ

ইটোৰ পিছত সিটো অনিশ্চয়তা, অৱশেষত ফাৰহানৰ জি লে জাৰা এৰাৰ সিদ্ধান্ত প্ৰিয়ংকা চোপ্ৰাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7