VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

voicedesk by voicedesk
June 27, 2022
in আইন
‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

সংশ্লিষ্ট আইনৰ পৰিৱৰ্তনৰ জৰিয়তে, ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ‘দেওবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই কথা কয়।

গুজৰাটৰ কেভাদিয়াত অনুষ্ঠিত এখন সভাত  ‘ফৰেনচিক বিজ্ঞানৰ ক্ষমতা আৰু সময়সীমাৰ  শক্তিশালীকৰণ আৰু বৈজ্ঞানিক অনুসন্ধান’ বিষয়ৰ এখন সভাত সভাপতিত্ব কৰি  গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰি   এই মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে  ।

শ্বাহে ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ প্ৰস্তাৱিত ব্যাপক সংশোধনৰ জৰিয়তে প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত এক স্বতন্ত্ৰ অভিযোজন সঞ্চালকালয় আৰু ফৰেনচিক বিজ্ঞানৰ এক স্বতন্ত্ৰ সঞ্চালকালয় স্থাপনৰো আহ্বান জনায়।

শ্বাহে তেওঁলোকৰ দ্বাৰা প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি তদন্তকাৰী সংস্থাসমূহক অপৰাধীতকৈ এখোজ আগুৱাই যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত আৰক্ষী অনুসন্ধান, অভিযোজন আৰু ফৰেনচিকৰ সংস্কাৰৰ ক্ষেত্ৰত তিনিমুখী দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছে।

তেওঁ লগতে কয় যে,  দোষী সাব্যস্ত হোৱাৰ হাৰ প্ৰাপ্ত কৰাৰ বাবে প্ৰযুক্তি-আধাৰিত আৰু প্ৰমাণ-আধাৰিত অনুসন্ধানৰ ওপৰত গুৰুত্ব দিয়াৰ এইটো সঠিক সময়।

শ্বাহে সদস্যসকলক জনাইছিল যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ফৰেনচিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পুঁজি প্ৰদান কৰি আছে, যাৰ ভিতৰত আছে প্ৰতিখন জিলাত মোবাইল ফৰেনচিক বিজ্ঞান গোট স্থাপন কৰা  ৷ আনহাতে  এই গোটবোৰে এখন জিলাত কমেও তিনিটা খণ্ডত সেৱা আগবঢ়াব’।

উল্লেখযোগ্য যে উক্ত বৈঠকত সাংসদ, গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, অজয় কুমাৰ মিশ্ৰ, নিশিথ প্ৰমানিক আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ লগতে এম এইচ এ, এন চি আৰ বি আৰু ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকত বিশেষকৈ ফৰেনচিক অনুসন্ধানৰ ওপৰত অপৰাধী ন্যায় ব্যৱস্থাৰ বৰ্ধিত নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত উপলব্ধ ফৰেনচিক বিজ্ঞানৰ সামৰ্থ্যৰ পৰ্যালোচনা কৰা হয় ৷

 

Previous Post

উৰণীয়া সেঁতু নিৰ্মাণ আৰু অন্যান্য বিষয় সন্দৰ্ভত ৰে’লৱেৰ বিষয়ববীয়াৰ সৈতে ৰঙিয়া প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7