VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জগন্নাথ মন্দিৰৰ আশে-পাশে নতুন নিৰ্মাণ-খননৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

voicedesk by voicedesk
June 3, 2022
in আইন
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

পুৰীৰ বিখ্যাত শ্ৰী জগন্নাথ মন্দিৰত   উৰিষ্যা চৰকাৰে  কৰা খনন আৰু নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ন্যায়াধীশ বি আৰ গভাই আৰু হিমা কোহলীৰ   বিচাৰপীঠে এই আবেদনখন   নাকচ কৰি কয় যে বৃহৎ জনস্বাৰ্থৰ বাবে গ্ৰহণ কৰা নিৰ্মাণ কাৰ্য্যকলাপ প্ৰয়োজনীয়।উচ্চতম ন্যায়ালয়ে কয় যে শেহতীয়াকৈ ৰাজহুৱা স্বার্থজড়িত আবেদন বৃদ্ধি পোৱা প্ৰসংগত  কয় যে উদ্দেশ্য প্ৰণোদিত  আবেদন দাখিল কৰা কার্য আইনৰ অপব্যৱহাৰ।

মন্দিৰটোত  চৰকাৰে কৰা  খনন আৰু নিৰ্মাণ কাৰ্য অবৈধ বুলি  অভিযোগ উত্থাপন কৰি অধেন্দু কুমাৰ দাস আদিয়ে আবেদনখন দাখিল কৰিছে ৷ আবেদনখনত উল্লেখ কৰা অনুসৰি ৰাজ্য চৰকাৰে ১৯৫৮ চনৰ দ্য এন্সিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅ’লজিকেল চাইটছ এণ্ড ৰেমেইনছ এক্টৰ ২০এ ধাৰা গুৰুতৰভাৱে উলংঘা কৰি কাম কৰি আহিছে। আবেদনখনত অভিযোগ কৰা হৈছে যে  চৰকাৰে অকৰ্তৃত্বশীল নিৰ্মাণ কাৰ্য চলাই আছে। ইয়াৰ ফলত প্ৰাচীন মন্দিৰৰ গঠনৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি হৈছে বুলিও অভিযোগ কৰিছিল ৷

উৰিষ্যা উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৮০০ বছৰীয়া পুৰণি পুৰী জগন্নাথ মন্দিৰৰ কাষে কাষে ৰাজ্য চৰকাৰে নিৰ্মাণৰ বিৰোধিতা কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি থকা সময়তে উচ্চতম ন্যায়ালয়ত উত্থাপিত হৈছে এই গোচৰ। মন্দিৰৰ চাৰিওফালৰ মাটি খান্দিলে মন্দিৰৰ গাঁথনিগত সুৰক্ষা বিপন্ন হ’ব পাৰে বুলি অভিযোগ কৰি পুৰীৰ বাসিন্দাসকলে উচ্চ ন্যায়ালয়ত  আৱেদন দাখিল কৰিছিল। পুৰীৰ জিলা আদালতেও নিৰ্মাণ বন্ধ কৰিবলৈ বিচৰা গোচৰৰ শুনানি চলাই আছে।

Previous Post

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সিদ্ধু মুছেৱালৰ বাসগৃহত মুখ্যমন্ত্ৰী মান

Next Post

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘স্ক্ৰিপছ নেচনেল স্পেলিং বী’ৰ বিজয়ী ভাৰতীয় মূলৰ তেৰ বছৰীয়া হাৰিণী লোগান

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘স্ক্ৰিপছ নেচনেল স্পেলিং বী’ৰ বিজয়ী ভাৰতীয় মূলৰ তেৰ বছৰীয়া হাৰিণী লোগান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘স্ক্ৰিপছ নেচনেল স্পেলিং বী’ৰ বিজয়ী ভাৰতীয় মূলৰ তেৰ বছৰীয়া হাৰিণী লোগান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7