VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বায়ু প্ৰদূষণক লৈ কঠোৰ উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰ-দিল্লী চৰকাৰক ২৪ ঘন্টাৰ সময় দি সকীয়নি

voicedesk by voicedesk
December 2, 2021
in আইন
বায়ু প্ৰদূষণক লৈ কঠোৰ উচ্চতম ন্যায়ালয়ৰ  কেন্দ্ৰ-দিল্লী  চৰকাৰক ২৪ ঘন্টাৰ সময় দি সকীয়নি
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী চহৰ দিল্লীৰ প্ৰদূ্ষণক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয় ৷ এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ ওপৰত ক্ষুন্ন হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহন কৰিবলৈ কেন্দ্ৰ, দিল্লী চৰকাৰ আৰু দিল্লীৰ সমীপৱর্তী  ৰাজ্যৰ চৰকাৰসমুহক ২৪ ঘণ্টাৰ সময় প্ৰদান কৰিছে ৷ আজি এই সন্দর্ভত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহন কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰৰ নিৰুদ্বিগ্নতাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় ‘  আমি দেখিছো যে কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ যাৰ বাবে দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা ৷ কেবল সময়ৰ অপব্যৱহাৰ কৰা হৈছে ৷ৰাষ্ট্ৰীয় ৰাজধানী আৰু সমীপৱর্তী চহৰসমুহৰ প্ৰদূষণক লৈ একেৰাহে চাৰি সপ্তাহ শুনানি গ্ৰহণ কৰিবলগীয়া হৈছে ৷’ দিল্লীৰ বায়ু প্ৰদূষণৰ হাৰ দুগুন কৰা ওদ্যৌগিক আৰু বাহনৰ প্ৰদু্ষণৰ মাত্ৰা নিয়ন্ত্ৰনৰ ব্যৱস্থা ২৪ ঘণ্টাৰ ভিতৰত  গ্ৰহণ নকৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছে উচ্চতম ন্যায়ালয়ে ৷

মুখ্য  ন্যায়াধীশ এন ভি ৰমনে কয় “অমি কাইলৈ পুৱা পুনৰ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰিম ৷ তেতিয়াৰ ভিতৰত আপোনালোকে সঁহাৰি প্ৰদান কৰক ৷ অন্যথা আমাক বাধ্য নকৰিব …. আমি কঠোৰ ব্যৱস্থা ল’ম ৷ যদি আপোনালোকে নোৱাৰে আমি কৰিম ৷যদি আপোনালোকে নির্দেশ বিচাৰে,তেনেহ’লে আমি নির্দেশ দিম ৷অপোনালোকৰ চৰকাৰ চলাবলৈ আমি কাৰোবাক প্ৰশাসক নিযুক্তি দিম ৷” ইপিনে দিল্লী চৰকাৰে ঘৰৰ পৰাই কাম কৰা, যাৰ মন যায় বিদ্যালয়লৈ অহাৰ দৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ন্যায়ালয়ক পতিয়ন নিয়াবলৈ চেষ্টা কৰে  ৷ কিন্তু ক্ষুন্ন ন্যায়ালয়ে কয় “ গুলী চলাবলৈ আমাৰ কান্ধ ব্যৱহাৰ নকৰিব ৷ যদি আপোনালোকে কয় যে যাৰ মন যায় তেওঁলোকহে আহিব পাৰে , তেতিয়া সকলো আহিব ৷ এই সময়ত কোনে ঘৰত বহি থাকিব বিচাৰিব ৷”

 

Previous Post

ৰতন টাটালৈ  অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’

Next Post

অলোচনাৰ মেজলৈ আহিব কে এল অ’

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
অলোচনাৰ মেজলৈ আহিব কে এল অ’

অলোচনাৰ মেজলৈ আহিব কে এল অ’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7